NRCৰ প্ৰসংগত বুধবাৰে বৰাকৰ AIUDFৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই অসমত এজনো বাংলাদেশী নাই তথা বদৰুদ্দিন আজমলে অসমৰ নেতৃত্ব লোৱাতো উজনি অসমৰ বুদ্ধিজীৱীয়ে বিচাৰে বুলি কৰা মন্তব্যৰ সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ ৷ এতিয়া কৰিম উদ্দিন বৰভূঞাক উভতি ধৰিছে বিজেপি বিধায়কে ৷ ‘অসমত এজনো বাংলাদেশী নাই। অসমত যদি বাংলাদেশী আছে, চৰকাৰে নেখেদে
Category: Assamese News
বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত লালমাটি গাঁৱৰ মুখেৰে কথা ক’ব নোৱাৰা হৰিশ চাংমা (২০) নামৰ যুৱক এজন যোৱা ৪ মাৰ্চত পুৱাৰ ভাগত কামৰূপ জিলাৰ ছমৰীয়াৰ পৰা সন্ধানহীন হৈ আছে ৷ হৰিশ চাংমা অভয়াপুৰীৰ দুৰামাৰী গাঁৱৰ উত্তম বৰ্মনৰ লগত কৰ্মচাৰী হিচাপে ছমৰীয়া সভা মহোৎসৱ (চাৰ্ট হাউচ) ত কাম কৰিবলৈ যোৱাৰে পৰা
বৰপেটাত মেট্ৰিক পৰীক্ষাৰ নকল যোগানৰ ব্যৱসায়ত জড়িত ৫ জনক আটক ৷ বৰপেটাৰ নগাও আৰু পালহাজীৰ পৰা আটক কৰা হৈছে নকল ব্যৱসায়ীকেইটাক ৷ আজি আছিল মেট্ৰিক পৰীক্ষাৰ গণিত বিষয়ৰ পৰীক্ষা ৷ পিছে পৰীক্ষা আৰম্ভ হোৱাৰ পিচতেই একাংশই গণিত বিষয়ৰ উত্তৰ সম্বলিত নকল ব্যৱসায়ত নামি পৰে ৷ নকল বিক্ৰীৰ অভিযোগত নগাঁৱৰ পৰা
আজি অসম বিধানসভাত আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীদ্বয় ক্ৰমে পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁট অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিকাৰ নিশ্চিতকৰণৰ লগতে সৰ্বাংগীণ উন্নয়ন সাধনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু দুয়োগৰাকী প্ৰাৰ্থীয়ে উচ্চ সদনত ৰাজ্যখনৰ বিভিন্ন স্তৰৰ
বৰপেটাত হৰিণা পোৱালি উদ্ধাৰ ৷ বৰপেটাৰ খান্দাৰকুৰ গাঁৱত উদ্ধাৰ হৰিণা পোৱালিটো ৷ গাৱঁখনৰ এটা পৰিয়ালৰ চোতালেৰে দৌৰি যোৱা হৰিণা পোৱালিটো স্থানীয় লোকৰ সহযোগত আৱদ্ধ ৷ বৰপেটা খণ্ড বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিতহৈ হৰিণা পোৱালিটো উদ্ধাৰ কৰিছে । হৰিণা পোৱালিটো মানাহৰ বনাঞ্চলৰ পৰা ওলই অহাৰ সন্দেহ কৰা হৈছে ৷ এখন ভৰিত