ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়নৰ(Implementation of national education policy) ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ৰাজ্যিক কেবিনেটে(Assam cabinet decision) ৷ 2023 চনৰ 1 এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আৰ্হিত সজোৱা হ’ব ৰাজ্যৰ পাঠ্যক্ৰম ৷ অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা নীতি(national education policy) অনুসৰি 5+3+3+4 আৰ্হিত সজোৱা হ’ব পাঠ্যক্ৰম ৷ ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ
Category: Assamese News
Assam Cabinet decisions: পিতৃ-মাতৃ বা শহুৰ-শাহুৰ লগত কটাবলৈ চৰকাৰী কৰ্মচাৰীৰ বাবে ৪ দিনৰ বিশেষ ছুটী!
ৰাজ্যৰ কৰ্মচাৰীৰ বাবে সুখবৰ। আজি বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকে সুখবৰ কঢ়িয়াই আনিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা কেবিনেটৰ অন্তত অনুষ্ঠিত সংবাদ মেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিব দিয়ে ৷ কেবিনেটত লোৱা প্ৰস্তাৱ লোৱা মতে মাক -দেউতাক নতুবা শহুৰ-শাহুৱেক থকা চৰকাৰী কৰ্মচাৰী-বিষয়াবৰ্গৰ পৰা আৰম্ভ কৰি মন্ত্ৰীলৈকে
সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত মহানগৰীৰ লাচিত ঘাটৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সমীপত উদয়াপন কৰা হয় লাচিত দিৱস (Lachit Divas 2021) ৷ এই অনুষ্ঠানত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ কুইন ওজা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, স্বৰ্গদেও চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ সমাজৰ উপাধ্যক্ষ
বিগত পোন্ধৰ বছৰে কংগ্ৰেছৰ দিনত দূৰ্নীতি পোত গৈছে ৰাজ্য ।সেয়ে একেদিনাই দুৰ্নীতি নিৰ্মূল কৰাটো অসম্ভৱ- এই মন্তব্য কৃষি মন্ত্ৰী অতুল বৰাৰ। আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত উত্তৰ শালমাৰা মহকুমাধিপতিৰ কাৰ্যালয়ত বিভিন্ন হিতাধিকাৰীৰ সৈতে অনুষ্ঠিত এক বৈঠকৰ পিছত মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমক সম্বোধন কৰি এই মন্তব্য কৰে । ৰাজ্যত বিভিন্ন
বাক্সা জিলাৰ ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৰ্থ কামৰূপ বেতবাৰী হাইস্কুল আৰু হিমাচল হাইস্কুল, গোলাগাঁৱত আজি ( ২২ নৱেম্বৰ) বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰক বিটিচি চৰকাৰে প্ৰদান কৰা চাইকেল বিতৰণ কৰে। উল্লেখ্য যে নৰ্থ কামৰূপ বেতবাৰী হাইস্কুলত ৫০ জন, হিমাচল হাইস্কুলত ৮২ জন আৰু ককলাবাৰী