Category: Assamese News

হোজাইত নিশা চাঞ্চল্যকৰ ঘটনা : মহিলা ইউটিউবাৰক দুই যুৱকে ধৰ্ষণৰ চেষ্টা

হোজাইত নিশা চাঞ্চল্যকৰ ঘটনা : মহিলা ইউটিউবাৰক দুই যুৱকে ধৰ্ষণৰ চেষ্টা

 ইউটিউব কৰাৰ বাবেই কাল হ’ল হোজাই জয়ন্তীয়াবস্থিৰ এইগৰাকী মহিলাৰ৷ মহিলাগৰাকীৰ স্বামী বিদেশত থকাৰ সুযোগত মহিলাগৰাকীক দীৰ্ঘদিনৰ পৰা স্বামীৰ আত্মীয়ই ভাবুকি দি আহিছিল৷ মুছলিম মহিলা হৈ ইউটিউবৰ পৰা বিৰত থাকিবলৈ মহিলাগৰাকীক ভাবুকি দিছিল স্বামীৰ আত্মীয় সহ দুই যুৱকে ৷ যোৱা নিশা ঘৰত কোনো পুৰুষ নথকাৰ সুযোগত দুই যুৱকে মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ

খাৰুপেটীয়াত আজমল চিনিয়ৰ চেকেণ্ডাৰী স্কুলত NEET ত উত্তীৰ্ণ  ছাত্ৰক সম্বৰ্ধনা

খাৰুপেটীয়াত আজমল চিনিয়ৰ চেকেণ্ডাৰী স্কুলত NEET ত উত্তীৰ্ণ ছাত্ৰক সম্বৰ্ধনা

সদ্য ঘোষিত NEET ৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দৰঙৰ খাৰুপেটীয়া আজমল চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ দুই প্ৰাক্তন ছাত্ৰক সম্বৰ্ধনা জ্ঞাপন । এই সম্বৰ্ধনা জ্ঞাপন কৰে খাৰুপেটীয়াৰ আজমল কলেজ কৰ্তৃপক্ষই । উল্লেখ্য  যে, দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ জ্যোতি ডেকা আৰু ছিপাঝাৰৰ উচ্ছেদিত এলেকা  গৰুখুটি গাঁৱৰ আহমেদ আলীয়ে ২০২০ বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত

নগৰবেৰাৰ দুই ছাত্ৰৰ সাফল্যত উৎসৱ মুখৰ পৰিবেশ

নগৰবেৰাৰ দুই ছাত্ৰৰ সাফল্যত উৎসৱ মুখৰ পৰিবেশ

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ বিক্ৰম ছাৰাভাই চাইন্স একাডেমীৰ ২০১৯-২০ বৰ্যৰদুই ছাত্ৰ ক্ৰমে হিতুল ৰয় আৰু জয়দেৱ পালে সদ্য ঘোষিত সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ বাছনি পৰীক্ষা(নীট)ত সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোৰ লগতে বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে। শিমলীতোলা দোমনাপাৰা  আৰু নগৰবেৰাৰবিদ্যানগৰৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান ক্ৰমে হিতুল ৰয় আৰু জয়দেৱ পালেবিক্ৰম ছাৰাভাই চাইন্স

ক’লৈ গ’ল দুটাকৈ সন্তানৰ মাতৃ মঞ্জু গয়াৰী ?

ক’লৈ গ’ল দুটাকৈ সন্তানৰ মাতৃ মঞ্জু গয়াৰী ?

বিগত কেইটামান মাহত ৰাজ্যত এগৰাকীৰ পিছত আন এগৰাকীকৈ বহু বিবাহিত মহিলা সঘনে নিখোজ হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ সংবাদ মাধ্যমতো এই সম্পৰ্কীয় প্ৰতিবেদন নিয়মীয়াকৈ প্ৰকাশ হৈ আহিছে ৷ এনে এক ঘটনাই পুনৰ সংঘটিত হৈছে ধনশিৰি মহকুমাৰ উৰিয়ামঘাট থানাৰ অন্তৰ্গত ১নং লক্ষীপুৰৰ গাঁৱত ৷ বিগত ১৯ দিনে সন্ধানহীন হৈ আছে গাঁওখনৰ

কালী পুজাৰ সুযোগ লৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত চলিছে অবাধ জুৱা

কালী পুজাৰ সুযোগ লৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত চলিছে অবাধ জুৱা

 দক্ষিণ শালমাৰা মানকাচাৰ  জিলাখনৰ মানকাচৰ, সুখচৰ, দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ থানা এলেকাত চলি আছে জুৱা। খাৰুৱাবান্ধা আৰু কালাপানী আৰক্ষী চকী এলেকাতো চলি আছে জুৱা। বিজেপিৰ কিষাণ মৰ্চাৰ অভিযোগৰ পাছত কালাপানী আৰক্ষী চকী এলেকাত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লৈছে। ইতিমধ্যে কেবাটাও স্থানত জুৱাৰ আড্ডা ভাঙি দিয়া বুলি জানিব পৰা গৈছে। এতিয়াও ইছলামপুৰ,