Category: Assamese News

কথমপি প্রাণৰক্ষা পৰিল ৩ যুৱতী–কিশোৰীৰ

কথমপি প্রাণৰক্ষা পৰিল ৩ যুৱতী–কিশোৰীৰ

নৰবলিৰ এক শিহৰণকাৰী পৰিকল্পনা কার্যকৰী হোৱাৰ পূর্বেই জনচক্ষুলৈ অহাত সৌভাগ্যক্রমে প্রাণৰক্ষা পৰে তিনি যুৱতী–কিশোৰীৰ৷ এই ভয়ানক কাণ্ডৰ পৰিকল্পনা ৰচনা হৈছিল নাহৰকটীয়াৰ চাচনী মৌজাৰ প্রান্তীয় গাঁও দুই নং টিংৰাইত৷ ইফালে ঘটনা সংক্রান্তত আৰক্ষীয়ে এইপর্যন্ত গ্রেপ্তাৰ কৰিছে একেটা পৰিয়ালৰে চাৰিজনকৈ সদস্যক৷ উল্লেখ্য যে অন্ধবিশ্বাসৰ পৰিণতিত মাত্র কিছু দিন পূর্বে সোণাৰি থানাৰ অন্তর্গত

মিনি দিছপুৰলৈ পৰিণত ধেমাজি : জিলাখনলৈ ৪৩৩ কোটি বিশেষ পেকেজ

মিনি দিছপুৰলৈ পৰিণত ধেমাজি : জিলাখনলৈ ৪৩৩ কোটি বিশেষ পেকেজ

ধেমাজি জিলাখন আজি এক মিনি দিছপুৰলৈ পৰিণত হ’ল ৷ অসমৰ মুখ্যমন্ত্ৰী সহ বিভিন্ন বিভাগৰ মন্ত্ৰী সকল উপস্থিত হ’ল ধেমাজিত ৷অসম চৰকাৰৰ জিলা ভিওিক কেবিনেট বৈঠকখনি আজি ধেমাজি জিলাৰ উপায়ুক্ত সভাকক্ষত অনুস্ঠিত হয় ৷ কেবিনেটৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল জৰিয়তে আজি অনুস্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত

ছাত্রীলৈ হোৱাটছএপ–ফেচবুক অশ্লীল মেছেজ সহকাৰী অধ্যাপকৰ

ছাত্রীলৈ হোৱাটছএপ–ফেচবুক অশ্লীল মেছেজ সহকাৰী অধ্যাপকৰ

পুনৰ বিতর্কত সাঙোৰ খাই পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়৷ ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ গৰিমাত এইবাৰ কালিমা সানিলে এগৰাকী সহকাৰী অধ্যাপকে৷ হিন্দী বিভাগৰ অমিত পাণ্ডে নামৰ অধ্যাপকজনে শেহতীয়াকৈ কেইবাগৰাকী ছাত্রীলৈ হোৱাটছএপ আৰু ফেচবুকযোগে অশ্লীল মেছেজ প্রেৰণ কৰি শিক্ষানুষ্ঠানখনৰ পৰিৱেশ দূষিত কৰাই নহয়, শিক্ষক আৰু ছাত্র–ছাত্রীৰ মাজৰ সম্পর্কও অৱনমিত কৰিলে৷ উত্থাপিত অভিযোগ অনুসৰি অমিত পাণ্ডে নামৰ

শ্বহীদক অপমান কৰা শ্বেৰমান আলীক তুলা – ধুনা – হিমন্ত বিশ্ব শৰ্মাৰ

শ্বহীদক অপমান কৰা শ্বেৰমান আলীক তুলা – ধুনা – হিমন্ত বিশ্ব শৰ্মাৰ

শ্বেৰমান আলীক বৰঘৰত বহুৱাই কংগ্ৰেছৰ অসমীয়া নেতাই ৰক্ষনাবেক্ষন দিছে – এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ অসম চৰকাৰৰ জিলা ভিওিত ধেমাজিত অনুস্ঠিত হোৱা প্ৰথমখন কেবিনেট বৈঠকৰ কাৰ্য্যসুচীৰ পূৰ্ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বেৰমান আলীয়ে শ্বহীদক লৈ কৰা অপ্ৰমাণ সুচক মন্তব্যত  তীব্ৰ প্ৰতিক্ৰিড়া প্ৰকাশ কৰি কয় যে –

চলিত বৰ্ষতে লখিমপুৰ মেডিকেল কলেজত হ’ব নামভৰ্তিঃ

চলিত বৰ্ষতে লখিমপুৰ মেডিকেল কলেজত হ’ব নামভৰ্তিঃ

২০২২ চনৰ জুন মাহত সমগ্ৰ অসমতে মুলি হ’ব ১৩ খনকৈ কেন্সাৰ হস্পিতেল:মুখ্যমন্ত্রী   ধেমার্জিত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত অংশগ্ৰহণ কৰি আজি বিয়লি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ মেডিকেল কলেজ পৰিদৰ্শন কৰে। নতুন মেডিকেল কলেজ প্রাঙ্গনত তেওঁ এজোপা গছপুলি ৰূপণ কৰি সভাকক্ষত উপস্থিত হৈ চিকিৎসক, নাৰ্চ, অধীক্ষকৰ লগত এখন বৈঠকত