Category: Assamese News

অশ্ৰুসিক্ত নয়নেৰে পুনৰ উচ্ছেদ নোহোৱাৰ বাবে দোৱা কৰিছে আজমলে

অশ্ৰুসিক্ত নয়নেৰে পুনৰ উচ্ছেদ নোহোৱাৰ বাবে দোৱা কৰিছে আজমলে

গৰুখুটিৰ উচ্ছেদত সংঘটিত হোৱা হিংসাত্মক ঘটনাই ইতিমধ্যে, এটা মাহৰ অধিক সময় পাৰ কৰিছে ৷ দেওবাৰে দৰঙত উপস্থিত হৈ গৰুখুটিৰ উচ্ছেদিত লোক সকলৰ কাষত থিয় দিলে AIUDF দলৰ নেতা মৌলানা বদৰুদ্দিন

বঙাইগাঁৱত নগ্ন ফটো ভাইৰেল কৰাৰ ভাবুকিৰে মহিলাক ধর্ষণ লম্পট পিতা–পুত্রৰ

বঙাইগাঁৱত নগ্ন ফটো ভাইৰেল কৰাৰ ভাবুকিৰে মহিলাক ধর্ষণ লম্পট পিতা–পুত্রৰ

বঙাইগাঁৱত সংঘটিত হৈছে এটা চৰম লজ্জাজনক ঘটনা৷ পিতা–পুত্রই মিলি এগৰাকী মহিলাক ধর্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এই জঘন্য ঘটনা সংঘটিত হৈছে নিউ বঙাইগাঁৱৰ ভাওলাগুৰিত৷ কিছু পলমকৈ পোহৰলৈ অহা ঘটনাৰ

শাৰদীয় দুৰ্গোৎসৱৰ পাঁচদিনত ৰাজ্যত ৫৪১ টা পথ দুৰ্ঘটনা

শাৰদীয় দুৰ্গোৎসৱৰ পাঁচদিনত ৰাজ্যত ৫৪১ টা পথ দুৰ্ঘটনা

শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশৰ মাজতে ৰাজ্যত বিগত ৫ দিনত সংঘটিত হয় ৫৪১ টা পথ দুৰ্ঘটনা । দুৰ্গোৎসৱৰ বিগত পাঁচদিনত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ এই তথ্য মৃত্যুঞ্জয় ১০৮ সেৱাৰ । মৃত্যুঞ্জয়

বৰহোলাত টিএমপিকেৰ প্ৰতিষ্ঠা দিৱস : বঞ্চিত মিছিং লোকসকলক শীঘ্ৰে স্বায়ত্ব শাসিত পৰিষদত অন্তৰ্ভুক্তৰ দাবী

বৰহোলাত টিএমপিকেৰ প্ৰতিষ্ঠা দিৱস : বঞ্চিত মিছিং লোকসকলক শীঘ্ৰে স্বায়ত্ব শাসিত পৰিষদত অন্তৰ্ভুক্তৰ দাবী

তিতাবৰ মহকুমাৰ বৰহোলা বালিজানত আজি টাকাম মিছিং পৰিন কৌবাং চমুকৈ টি এম পি কেৰ ৫০ তম সোণালী জয়ন্তী প্ৰতিষ্ঠা দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰে। সেয়ে পুৱা পতাকা উত্তোলন আৰু শ্বহীদ

ওদালগুৰিৰ গেলাবিলত কিশোৰীক ধর্ষণৰ চেষ্টা

ওদালগুৰিৰ গেলাবিলত কিশোৰীক ধর্ষণৰ চেষ্টা

of১৩ অক্টোবৰত ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অধীনত গেলাবিলৰ ২জন যুৱকৰ বিৰুদ্ধে ২নং মাজগাঁৱৰ খনশ্রী বসুমতাৰীয়ে তেওঁৰে ছোৱালীক ধর্ষণ কৰাৰ চেষ্টা কৰা বুলি এজাহাৰ দাখিল কৰিছে৷ যোৱা ১২ অক্টোবৰৰ নিশা