লখিমপুৰবাসীৰ বাবে এক সু-খবৰ ৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল লখিমপুৰৰ মাইনা চুতীয়াই । মাত্ৰ ৩০ ছেকেণ্ডত ১৬২ টা ইংৰাজী শব্দ পঢ়ি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত
Category: Assamese News
গুৱাহাটী মহানগৰীৰ বেলতলাত সংঘটিত নৃশংস হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত তিনি গৰাকী লোকক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ ঘটনা সন্দৰ্ভত মুখ খোলা
ছমহীয়া পৰীক্ষাত অনুপস্থিত থকা তথা অৱতীর্ণ নোহোৱা দশম শ্রেণীৰ ছাত্র–ছাত্রীসকলে আগন্তুক ২০২২ বর্ষৰ হাইস্কুল–হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষাত বহিব নোৱাৰিব৷ মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ সচিব সুৰঞ্জনা সেনাপতিয়ে এই সন্দর্ভত জাৰি কৰা এক
নৃশংস, বৰ্বৰ আৰু লজ্জাজনক ৷ বাক্সাৰ বাগানপাৰাত সংঘটিত হৈছে এক নৃশংস আৰু লজ্জাজনক ঘটনা ৷ এগৰাকী ২২ বছৰীয়া যুৱতীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰিলে এচাম বিকৃত মানসিকতাৰ লোকে ৷ বাগানপাৰা
দুৰ্গোৎসৱৰ পাচত ক’ভিড আক্ৰান্তৰ হাৰ আংশিক বৃদ্ধি পোৱাত ৰাজ্যত পুনৰ লক ডাউন হোৱাৰ সম্ভাৱনীয়তাৰ কথা চৰ্চা হৈছিল ৷ কিন্তু ৰাজ্যত নহয় পুনৰ লকডাউন ৷ অৱশ্যে ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ ভেকচিন লোৱা আৰু