Category: Assamese News

ইচ্ছা নাছিল ! চৰকাৰে কোৱা বাবেহে আন্দোলন কৰিব কংগ্ৰেছে : ভূপেন বৰা

ইচ্ছা নাছিল ! চৰকাৰে কোৱা বাবেহে আন্দোলন কৰিব কংগ্ৰেছে : ভূপেন বৰা

আন্দোলন কৰাৰ ইচ্ছা হেনো একেবাৰেই নাছিল কংগ্ৰেছৰ । কিন্তু কি কৰিব ? ৰাজ্য চৰকাৰৰ ফালৰ পৰাই কংগ্ৰেছক কোৱা হ’ল যে যেতিয়ালৈকে মূল্যবৃদ্ধি নকমে তেতিয়ালৈকে যাতে কংগ্ৰেছে আন্দোলন কৰি থাকে ।

ঘৰলৈ অহাৰ বাবে বুকিং কৰিছিল ৰে’লৰ টিকট, কিন্তু নিয়তিয়ে নিদিলে, দিল্লীত শ্বহীদ গোসাঁইগাঁৱৰ স্বপন বৰ্মন

ঘৰলৈ অহাৰ বাবে বুকিং কৰিছিল ৰে’লৰ টিকট, কিন্তু নিয়তিয়ে নিদিলে, দিল্লীত শ্বহীদ গোসাঁইগাঁৱৰ স্বপন বৰ্মন

  দিল্লীত শ্বহীদ হ’ল গোসাঁইগাঁৱৰ ভাৰতীয় সেনাৰ জোৱান স্বপন বৰ্মন। কালি নিশা শ্বহীদগৰাকীৰ নিথৰ দেহ স্বগৃহলৈ অনাৰ পিছতে শোকাকুল হৈ পৰে পৰিৱেশ। দুৰ্গোৎসৱৰ সময়তে ঘৰলৈ অহাৰ বাবে ৰে’লৰ টিকট বুকিং

ছয়গাঁৱত মহিলাক ধৰ্ষণ; ধৰ্ষণকাৰীক আটক

ছয়গাঁৱত মহিলাক ধৰ্ষণ; ধৰ্ষণকাৰীক আটক

ৰাজ্যত পুনৰ সংঘটিত হৈছে ধৰ্ষণকাণ্ড ৷ ১৩ দিনৰ পিচত পোহৰলৈ আহিছে আন এক জঘন্য ধৰ্ষণকাণ্ড ৷ ঘটনাৰ স্থান দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত দীঘলবিলত । ঘটনাটো বকো আৰক্ষী থানাৰ অন্তৰ্গত

হাতে-লোটে এগৰাকী লাট মণ্ডলক আটক কোকৰাঝাৰ আৰক্ষীৰ

হাতে-লোটে এগৰাকী লাট মণ্ডলক আটক কোকৰাঝাৰ আৰক্ষীৰ

চৰকাৰৰ নিৰ্দেশত কিছু দিন পূৰ্বে আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই কেইবা শতাধিক মাটি দালাল, দুৰ্নীতিগ্ৰস্ত মণ্ডলক আটক কৰাৰ পিছতো গা লৰা নাই একাংশ লাট মণ্ডলৰ ৷ কোকৰাঝাৰত

দুৰ্গোৎসৱত গুৱাহাটীত কোন কোন পথেৰে চলাব পাৰিব বাহন ? চাওক নিৰ্দেশনা সমূহ

দুৰ্গোৎসৱত গুৱাহাটীত কোন কোন পথেৰে চলাব পাৰিব বাহন ? চাওক নিৰ্দেশনা সমূহ

দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত যান-বাহন চলাচলৰ নিয়মৰ কিছু সাল-সলনি কৰা হৈছে ৷ ১২ ৰ পৰা ১৭ অক্টোবৰলৈ পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ গুৱাহাটী মেট্ৰ’ পলিটান মহানগৰ