দুৰ্গোৎসৱৰ পাচত ক’ভিড আক্ৰান্তৰ হাৰ আংশিক বৃদ্ধি পোৱাত ৰাজ্যত পুনৰ লক ডাউন হোৱাৰ সম্ভাৱনীয়তাৰ কথা চৰ্চা হৈছিল ৷ কিন্তু ৰাজ্যত নহয় পুনৰ লকডাউন ৷ অৱশ্যে ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ ভেকচিন লোৱা আৰু
Category: Assamese News
অসমৰ পৰা বৰাক উপত্যকাক বিচ্ছিন্ন কৰিব লাগে বুলি বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াৰ কৰা মন্তব্যক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনৰ
শিৱসাগৰৰ সন্তান আস্থা চৌধুৰী(Astha Choudhury)ৰ বিশেষ সফলতা ৷ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতা(National Swimming Competition)ত জুনিয়ৰ আৰু ছিনিয়ৰ দুয়োটা শাখাত পূৰ্বৰ অভিলেখ ভংগ কৰিলে আস্থাই ৷ বেংগালুৰুত অনুষ্ঠিত হোৱা 47 সংখ্যক গ্লেনমাৰ্ক
অভাৱনীয় মূল্যবৃদ্ধিৰ মাজতে আজিৰে পৰা ৰাজ্যজুৰি পালন কৰা হ’ব লক্ষ্মী পূজা৷ ধনৰ অধিষ্ঠাত্রী দেৱীক আৰাধনা কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্রান্তত ব্যাপক আয়োজন চলিছে৷ সৌভাগ্য আৰু শান্তিৰ প্রতীক লক্ষ্মী দেৱীৰ আশিস
যুৱ সমাজক ভুল পথে পৰিচালিত হৈ বিভিন্ন বিদ্ৰোহী সংগঠনত যোগদানৰ পৰা বিৰত ৰাখিবলৈ যুটীয়াভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে ত্ৰিপুৰা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে ৷ ইয়াৰ মাজতে সোমবাৰে বিদ্ৰোহী সংগঠন NLFT