Category: Assamese News

৪০০ জনজাতীয় গাঁৱক লৈ ৰাজ্যত স্থাপন হ’ব বন–ধন কেন্দ্র

৪০০ জনজাতীয় গাঁৱক লৈ ৰাজ্যত স্থাপন হ’ব বন–ধন কেন্দ্র

ৰাজ্যৰ জনজাতীয় লোকসকলৰ সামগ্রিক উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে কেইবাখনো নতুন আঁচনি ৰূপায়ণ কৰিব৷ বিশেষকৈ জনজাতীয় লোকসকলে উৎপাদন কৰা বিভিন্ন সামগ্রীক এখন বজাৰ দিয়াৰ বাবে কেতবোৰ নতুন পদক্ষেপ গ্রহণ কৰিব চৰকাৰে৷ সেই অনুসৰি ৪০০খন জনজাতীয় গাঁৱক লৈ ৩০০ মহিলাক সামৰি ৰাজ্যত স্থাপন কৰা হ’ব বন ধন বিকাশ কেন্দ্র৷

SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত নৃপেন নাথৰ আত্মসমৰ্পণ

SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত নৃপেন নাথৰ আত্মসমৰ্পণ

SI কেলেংকাৰীৰ অন্যতম অভিযুক্তৰ আত্মসমৰ্পন ৷ SI কেলেংকাৰীৰ অন্যতম অভিযুক্ত নৃপেন নাথৰ আত্মসমৰ্পণ । ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত সোমবাৰে আত্মসমৰ্পণ নৃপেন নাথৰ । বিশেষ ন্যায়াধীশৰ আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে অভিযুক্ত নাথক ৷ ইয়াৰ পূৰ্বে আদালতে পলাতক ঘোষণা কৰিছিল নৃপেন নাথক ৷ ইতিমধ্যে SI কেলেংকাৰীৰ সন্দৰ্ভত 38 জনক

জনজাতিকৰণ সম্পৰ্কত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ

জনজাতিকৰণ সম্পৰ্কত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ

“জনজাতিকৰণৰ অবিহনে সদৌ অসম কোচ ৰাজবংশী সন্মিলনী ক্ষান্ত নহয় ৷” সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই মন্তব্য কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱে ৷ নেতা গৰাকীয়ে সংবাদমেলৰ জড়িয়তে জনজাতিকৰণৰ বাবে ইতিমধ্যে প্ৰস্তুত কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদন আৰু মডেলিটী কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি কোচ ৰাজবংশী জনগোষ্ঠীক

নামবৰ বাগানত উদ্ধাৰ হৈছে দুটা মৃতদেহ

নামবৰ বাগানত উদ্ধাৰ হৈছে দুটা মৃতদেহ

  পুৱাই নামবৰ বাগানত উদ্ধাৰ হৈছে এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মৃতদেহ। কাম কৰিবলৈ অহা শ্ৰমিকে প্ৰত্যক্ষ কৰে মৃতদেহ দুটা। লগেলগে বৰপথাৰ আৰক্ষীক খবৰ দিয়ে। মহিলা গৰাকীৰ নাম মীৰা কুৰ্মী নামবৰ বাগানৰ স্থানীয় বুলি জানিব পৰা গৈছে যদিও পুৰুষ জনৰ পৰিচয় বৰ্তমানেও জানিব পৰা নাই। বাগানত মৰা দৰৱ খাই আত্মহত্যা

কিন্নৰৰ ছিণ্ডিকেট বন্ধ কৰিবলৈ শীঘ্রে টাস্ক ফ’ৰ্চ

কিন্নৰৰ ছিণ্ডিকেট বন্ধ কৰিবলৈ শীঘ্রে টাস্ক ফ’ৰ্চ

 ৰাজ্যত পাঁচ সহস্রাধিক ভুৱা কিন্নৰ আছে৷ ইয়াৰে প্রায় ৮০০ কিন্নৰে গুৱাহাটীৰ বিভিন্ন স্থানত আশ্রয় লৈ ছিণ্ডিকেটৰাজ চলাই আছে৷ বিভিন্ন প্রান্তৰ পৰা অহা ভুৱা কিন্নৰক লৈ একাংশই ছিণ্ডিকেটৰাজ চলাই বিভিন্ন অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে৷ সেয়েহে ভুৱা কিন্নৰৰ ছিণ্ডিকেটৰাজৰ অৱসান ঘটাবলৈ ট্রেন্সজেণ্ডাৰ ৱেলফেয়াৰ ব’র্ডে শীর্ঘে এটা টাস্ক ফ’চ গঠন কৰিব৷ সোমবাৰে