মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশৰ পিছতে ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে৷ আৰক্ষীৰ অভিযানত কেইবাশ কোটি টকাৰ ড্রাগ্ছসহ বহু সৰবৰাহকাৰী গ্রেপ্তাৰ হৈছে৷ মুখ্যমন্ত্রীৰ নির্দেশমর্মে মহানগৰ আৰক্ষী আৰু অপৰাধ শাখায়ো গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ড্রাগ্ছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ মহানগৰ আৰক্ষীয়ে বিগত এমাহত ড্রাগ্ছ সৰবৰাহৰ লগত জড়িত ১২১টা
Category: Assamese News
উপ নিবাৰ্চনক লৈ শাসক দল বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ সমান্তৰালভাৱে অসম জাতীয় পৰিষদেও তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে । ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ পিছতে এক সংবাদমেল সম্বোধন কৰে দলটোৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে ৷ এই সভাত বিগত বিধান সভা নিৰ্বাচনত পৰাজয় হোৱাৰ কাৰণ সমূহ সন্দৰ্ভতো পৰ্যালোচনা কৰাৰ কথা অৱগত
‘‘বিজেপি (BJP) চৰকাৰে আদিবাসী সমাজখনৰ আৰ্থ সামাজিক উন্নয়ন যদি সঁচাকৈয়ে বিচাৰিছে তেন্তে আদিবাসী সকলক জনজাতিকৰণ (tribalism) কৰক ৷’’ এই দাবী উত্থাপন কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) আৰু আদিবাসী জাতীয় মহাসভাৰ সংগ্ৰামী মঞ্চই । শনিবাৰে দুয়োটা সংগঠনে আয়োজন কৰা যুটীয়া সংবাদমেলত আছাৰ সভাপতি প্ৰদীপ নাগে কয় যে, অসম চৰকাৰ
ডিমা হাচাও জিলাত যোৱা ২৬ আগষ্টত ৫ জনকৈ নিৰিহ ট্ৰাক চালকক হত্যা কৰাৰ প্ৰতিবাদত শনিবাৰে সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে এখনি জৰুৰী সভাত মিলিত হৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ফেডাৰেশ্যনৰ সভাপতি কৃষ্ণ বৰা আৰু সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে এক প্ৰেছ বিবৃতিত কয় যে, আজিৰ সভাই বহু কেইটা গুৰুত্বপূৰ্ণ
শিৱসাগৰৰ এগৰাকী অকলশৰীয়া দুৰ্ভগীয়া মহিলাৰ কৰুণ কাহিনী ৷ মহিলা গৰাকীৰ অকলশৰীয়াৰ আৰু দুৰ্বলতাৰ সুযোগলৈ এক অসাধু চক্ৰই সম্পত্তি জোৰ-জবৰদস্তি কাঢ়ি ল’ব বিচৰাৰ সময়তে মহিলা গৰাকীৰ কাষত ঠিয় হ’ল বীৰ লাচিত সেনা ৷ অসাধু ব্যৱসায়ী গৰাকীক বীৰ লাচিত সেনাই সকিয়নী প্ৰদান কৰাৰ লগতে ৪৮ ঘণ্টাৰ ভিতৰত দখল কৰা দোকান ঘৰ খালী