আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ(আক্ৰাছু)ৰ আজি ৩১তম কেন্দ্রীয় প্ৰতিষ্ঠা দিৱস।বহলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত উদযাপন কৰিলে এই দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বহলপুৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থাই বহলপুৰৰ দুৰ্গা মন্দিৰ প্ৰাংগনত সম্পূর্ণ ক’ভিড প্ৰটকল মানি উদযাপন কৰিলে এই প্ৰতিষ্ঠা দিবস। প্ৰতিষ্ঠা দিৱস উপলক্ষে পূৱা পতাকা উত্তোলন, শ্বহীদ
Category: Assamese News
এএছচিপিচিআৰ (শিশু অধিকাৰ সুৰক্ষাৰ বাবে অসম ৰাজ্যিক আয়োগ) আৰু অন্যান্য সদস্যসকলে মঙলবাৰে চিৰাং জিলা ভ্ৰমণ কৰে আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মিলনগৃহত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাস, চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায় আৰু সমাজ কল্যাণ, জিলা শিশু সুৰক্ষা, শিক্ষা, খাদ্য অসামৰিক যোগান আৰু
কাছাৰৰ লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তই চলোৱা আক্রমণৰ ঘটনাৰ প্রতিবাদত আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধৰ সর্বাত্মক প্রভাৱ পৰিলক্ষিত হয় বৰাক উপত্যকাত৷ বৰাক ডেম’ক্রেটিক ফ্রণ্টে আহ্বান জনোৱা এই বন্ধৰ পৰিপ্রেক্ষিতত উপত্যকাটোৰ তিনিওখন জিলা ক্রমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ জনজীৱন স্তব্ধ হৈ পৰে৷ পুৱা ৫ বজাৰ পৰা বিয়লি ৫
সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই অৱশেষত ঘোষণা কৰা হৈছে চলিত বর্ষৰ হাইস্কুল–হাইমাদ্রাছা শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন৷ অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ সচিব সুৰঞ্জনা সেনাপতিয়ে প্রকাশ কৰা অনুসৰি অহা ৩০ জুলাইত হাইস্কুল–হাইমাদ্রাছা পৰীক্ষাত অৱতীর্ণ ছাত্র–ছাত্রীসকলে তেওঁলোকৰ ফলাফল লাভ কৰিব৷ সেই দিনা পি ডি এফ ফর্মেটৰ ৰিজাল্ট গেজেটৰ
Peninsula পিকচাৰ্ছে সোনকালেই কালাৰ্ছত এটা অনুষ্ঠান আনিব। এই অনুষ্ঠানতো এখন পাৰিবাৰিক নাটক হ’ব। উদ্যোগটোৰ সূত্ৰই জনাইছে যে অনুষ্ঠানটোত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সুৰভি দাসক বাছনি কৰা হৈছে। সুৰভি দাস হৈছে অসমৰ ধাৰাবাহিক উদ্যোগৰ এগৰাকী সুন্দৰ অভিনেত্ৰী। তেওঁ অসমৰ ধাৰাবাহিক ‘পৰিণীতা’ত তেওঁৰ চৰিত্ৰৰ পৰা জনপ্ৰিয় হৈছিল। এইটো এটা ডাঙৰ সফলতা