কৰ’না সংকটৰ প্ৰসংগ উত্থাপনেৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কেন্দ্ৰক কৰ’নাৰ তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰাত সহায় কৰিবলৈ তেওঁ এখন শ্বেতপত্ৰও প্ৰকাশ কৰে। দেশত কৰ’নাৰ তৃতীয় ঢৌ অৱশ্যম্ভাৱী বুলি ভালেমান বিশেষজ্ঞই ইতিমধ্য মত প্ৰকাশ কৰিছে। এনে আশংকাৰ মাজতে আজি ৰাহুলে মোদীক সমালোচনা কৰি কয়,
Category: Assamese News
আদালতত হাজিৰ কৰাবলৈ নিওতে ৰাইজলৈ বিধায়ক অখিল গগৈৰ চিঠি- ঝুমলাবাজী আৰু ভেল্কীবাজী বন্ধ কৰক অসমবাসীৰ বাবে কিবা এটা কৰক অসমতো একনায়কত্ববাদৰ পদধ্বনি শুনা গৈছে কোভিড আৰু লকডাউনে অসমবাসী ৰাইজখনক কোঙা কৰিলে। ৰাইজখনৰ পানীত হাঁহ নচৰা অৱস্থা। চৰকাৰে কিবা এটা কৰক। ঝুমলাবাজী আৰু ভেল্কীবাজী বন্ধ কৰক। ভুৱা ৰাজনৈতিক প্ৰতিশ্ৰুতি বন্ধ কৰক।
মৰিয়নি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্রেছ নেতা ৰূপজ্যোতি কুর্মীয়ে কংগ্রেছ ত্যাগ কৰি আজি গেৰুৱা বসন পৰিধান কৰিলে৷ সৌসিদিনালৈ প্রদেশ কংগ্রেছৰ সভাপতি পদৰ বাবে নিজকে যোগ্য বুলি দাবী কৰি অহা কুর্মীয়ে এইবাৰ দলটোকে বিদায় জনাই আজি মুখ্যমন্ত্ৰীৰ উপস্থিতিত গেৰুকামুখত বিজেপিত যোগদান কৰে। এই প্রসংগতে উল্লেখনীয় এয়ে যে যোৱা এক–ডেৰবছৰ ধৰি বিভিন্ন
দিছপুৰত ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনে নিত্য নতুন আঁচনি ঘোষণা কৰি ৰাইজক আকৃষ্ট কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু চৰকাৰে এই ক্ষেত্ৰত যিমানেই চেষ্টা নকৰক কিয়, বাস্তৱ ছবিখন কিন্তু মুঠেও তেনেকুৱা নহয় । ৰাজকোষৰ অৱস্থা এই সময়ত মুঠেও সন্তোষজনক নহয় । নতুন বিত্ত মন্ত্ৰী অজন্তা নেওগে এই দুৰ্বল
ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ(Corona) সংক্ৰমণ । যিবোৰ অঞ্চলত কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে সেইবোৰত কণ্টেইমেণ্ট জ’ন(Containment Zone) ঘোষণা কৰিছে প্ৰশাসনে । কিন্তু বিভিন্ন সময়ত কণ্টেইমেণ্ট জ’নৰ লোকসকলে খাদ্য সংকট আৰু বহু সমস্যাত পৰা দেখা যায় । অৱশ্যে একাংশ হৃদয়ৱান লোকে সেই বিপদত পৰা লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহে । দিছপুৰ