নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে অব্যাহত আছে মহানগৰ আৰক্ষীৰ অভিযান৷ কালি গড়চুক আৰক্ষীয়ে মহানগৰীৰ কটহবাৰীৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ দুজন ব্যৱসায়ীক গ্রেপ্তাৰ কৰাৰ পিছত দিছপুৰ আৰক্ষীয়ে মহাগৰীৰ ছয়মাইলৰ পৰা বুজন পৰিমাণৰ ব্রাউন ছুগাৰসহ ২ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ছয়মাইলৰ দ্বাৰান্ধাৰ পৰা গ্রেপ্তাৰ কৰা ড্রাগ্ছ সৰবৰাহী দুজন সপ্তান বেগম (৬০) আৰু তেওঁৰ পুত্র আব্দুল
Category: Assamese News
সান্ধ্য আইন উলংঘা কৰাৰ অপৰাধত প্রবীন বৈশ্য নামৰ এজন যুৱকক নির্মমভাৱে অত্যাচাৰ কৰাৰ অভিযোগত গীতানগৰ থানাৰ উপপৰিদর্শক ফুলেশ্বৰ কোঁৱৰক নিলম্বন কৰিছে মহানগৰ আৰক্ষী আয়ুক্তই৷ আৰক্ষীৰ নির্যাতনৰ বলি হোৱা প্রবীন বৈশ্যই এই ঘটনা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে যোৱা ২৮ মে’ৰ সন্ধিয়া ৭.৫৫ বজাত ৰোগীয়া মাতৃৰ বাবে ঔষধ ক্রয় কৰিবলৈ
সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসম চৰকাৰক যৎকিঞ্চিৎ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে বন্ধনে ১০০টা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান কৰে৷ ক’ভিড-১৯ৰ জটিলতাৰ লগতে অক্সিজেনৰ নাটনিৰে মোকাবিলা কৰিবৰ বাবে প্ৰদান কৰা প্ৰতিটো ১০ লিটাৰ ক্ষমতাযুক্ত অক্সিজেন কনচেনট্ৰেটৰে একেসময়তে দুগৰাকীকৈ ৰোগীক অক্সিজেন যোগান ধৰিব পাৰিব৷ বন্ধন গুৱাহাটী লাৰ্ণিং চেন্টাৰৰ ইনচাৰ্জ ৰমেন গোপাল বৰা
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নৱনিযুক্ত অধ্যক্ষ ৰুক্ম গোহাঞি বৰুৱাই কৰিলে দায়িত্ব গ্ৰহণ। পূৰ্বৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাইৰপৰা দায়িত্বভাৰ গ্ৰহণ কৰিলে অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ নাতিয়েক ৰুক্ম গোহাঞি বৰুৱাই। উল্লেখ্য, নতুন অধ্যক্ষৰ দায়িত্ব গ্ৰহণৰ আগমুহূৰ্তত পূৰ্ব অধ্যক্ষ দয়ানন্দ বৰগোঁহাইয়ে টাই ভাষাৰ প্রার্থনাৰে কাৰ্যালয়ৰ পৰা অব্যাহতি লয়। নতুন
বিজেপি চৰকাৰে কৰিলে চৰম বিশ্বাসঘাতকতা। বিজেপিৰ যোৱাটো কাৰ্যকালৰ সময়ত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জাগীৰোডৰ নগাঁও কাগজ কলত উপস্থিত হৈ দীৰ্ঘকাল জুৰি বন্ধ হৈ থকা কলটোৰ কৰ্মচাৰীসকলক প্ৰতিশ্ৰুতি দিছিল তিনি মাহৰ ভিতৰতে কাছাৰ আৰু নগাঁও কাগজ কল পুনৰ চলোৱা হ’ব । ইয়াৰোপৰি, তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো এই বিষয়ত নিশ্চুপ হৈ আছিল