ক’ভিড–১৯ সৃষ্ট জটিল পৰিস্থিতিৰ পৰিপ্রেক্ষিতত জে ই ইৰ মূল ২০২১ মে’ৰ পৰীক্ষা স্থগিত ৰখা হৈছে৷ নেচনেল টেষ্টিং এজেন্সী (এনটিএ)ৰ দ্বাৰা আয়োজিত এই পৰীক্ষা স্থগিত ৰখা হৈছে বুলি আজি কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পখৰিয়াল নিশাংকই ঘোষণা কৰিছে৷ পৰীক্ষা স্থগিত ৰখাৰ পিছত পৰৱর্তী পৰীক্ষা সম্বন্ধীয় সকলো বিষয় শিক্ষার্থীয়ে এনটিএৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে জ্ঞাত
Category: Assamese News
ক’ৰোনা মহামাৰীৰ দ্বিতীয় ঢ়ৌৱে সমগ্র দেশৰ বিভিন্ন ৰাজ্যত বিভীষিকাৰ সৃষ্টি কৰিছে৷ নিতৌ ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধিৰ ফলত দেশৰ কেইবাখনো ৰাজ্য মৃত্যু উপত্যকাত পৰিণত হৈছে৷ একেদৰে, অসমৰ লগতে গুৱাহাটী মহানগৰীতো ক্রমাৎ ক’ভিড পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ক’ৰোনা মহামাৰীৰ হটস্পটত পৰিণত মহানগৰীত নিতৌ সহস্রাধিক লোক আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ সংখ্যা
গুৱাহাটীঃ অজ্ঞাত ব্যক্তিৰ সৈতে কেইজনমান নিলম্বিত কেপ্টেইন ৰেপিডো বাইকৰ গুৱাহাটী কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু উপস্থিত কৰ্মচাৰীৰ সৈতে হিংসাত্মক কাৰ্যত লিপ্ত হয়, লগতে কোম্পানীৰ সম্পত্তি ক্ষতিগ্ৰস্ত কৰে। ৰেপিডোৰ বাধ্যতামূলক কাৰ্যকৰী নিয়মাৱলী অনুসৰণ নকৰাৰ বাবে ৰেপিডোৱে অলপতে গুৱাহাটীত তেওঁলোকৰ কেইজনমান কেপ্টেইনক নিলম্বন কৰিছিল। তেতিয়াৰ পৰা, নিলম্বিত কেপ্টেইনসকলে চহৰখনত ৰেপিডোৰ বাইক টেক্সি
কাইলৈ গুৱাহাটী প্ৰেছ ক্লাবত ১৮-৪৪ বছৰৰ সাংবাদিকক প্ৰতিকীৰূপে দিয়া হ’ব ভেকচিন। পুৱা ৯.৩০ মিনিটৰ পৰা আৰম্ভ হ’ব এই ভেকচিনেচন কেম্প। অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ১০০ জন সাংবাদিকেহে প্ৰাৰম্ভিক পৰ্য্যায়ত ল’ব পাৰিব ভেকচিন। বিভিন্ন খবৰৰ সন্ধানত যিসকলে সমুখৰ পৰা যুজঁ দি আহিছে অৰ্থাৎ যিসকলে বিভিন্ন স্থানলৈ গৈ বা-বাতৰি সংগ্ৰহ কৰিছে,
গুৱাহাটীঃ ৫ মে’ৰ পৰা নিশা ৮ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজাৰ পৰা হ’ব সান্ধ্য আইন। ইপিনে বিয়লি ২ বজাতে বন্ধ কৰিব লাগিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান।