কামৰূপ মহানগৰ জিলাত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধিক লৈ উদ্বিগ্ণ হৈ পৰিছে জিলা প্রশাসন৷ দ্রুতগতি বৃদ্ধি অব্যাহত থাকিলে ক’ভিড–১৯ত আক্রান্তই যাতে পর্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত নহয়, সেয়া নিশ্চিত কৰিবলৈ মঙলবাৰে জিলা উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত মহানগৰীৰ ব্যক্তিগত চিকিৎসালয় আৰু হোটেলসমূহৰ কর্তৃপক্ষৰ সৈতে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব
Category: Assamese News
কুইপ’ৰ পিছত এইবাৰ ONGCৰ কৰ্মচাৰীক অপহৰণ আলফা(স্বাঃ)ৰ। ONGCৰ তিনিজন কৰ্মচাৰীক অপহৰণ কৰিলে আলফা(স্বাঃ)য়ে। শিৱসাগৰৰ লাকুৱাত কৰ্মৰত আছিল তিনিওজন কৰ্মচাৰী। অপহৃত ৰিতুল শইকীয়া, মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়া। লাকুৱাৰ ONGCৰ ৰিগৰ পৰা অপহৰণ কৰে তিনিওকে। ৰোমানিয়ান ৱৰ্ক অভাৰ ৰিগৰ পৰা অপহৰণ কৰে তিনিওকে। উল্লেখ্য যে ২২ ডিচেম্বৰত অপহৰণ কৰিছিল কুইপ’ৰ
অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) অলপতে মাধ্যমিক পাঠ্যক্রমত অসমীয়া ভাষা বিষয় অন্তর্ভুক্তি সম্বন্ধে জাৰি কৰা বিতর্কিত জাননীখন পুনৰ সংশোধিত ৰূপত প্রস্তুত কৰিব বুলি প্রতিশ্রুতি দিছে৷ এই সংক্রান্তত সোমবাৰে অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত কার্যালয়ত সভাৰ সভাপতি, উপ–সভাপতি আৰু প্রধান সম্পাদক সমন্বিতে উচ্চ পর্যায়ৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ
দ্বিতীয় পর্যায়ৰ নির্বাচনৰ সময়ত অনিয়মৰ অভিযোগ উঠাৰ পৰিপ্রেক্ষিতত আজি তিনি সমষ্টিৰ চাৰিটা কেন্দ্রত অনুষ্ঠিত হৈছে পুনৰ ভোটগ্রহণ৷ এই কেন্দ্র চাৰিটা হৈছে– বৰাক উপত্যকাৰ ৰাতাবাৰী সমষ্টিৰ ১৪৯নং ইন্দিৰা এম ভি স্কুল (সোঁফাল), সোণাই সমষ্টিৰ ১০৯নং মধ্য ধনেহৰি এল পি স্কুল, ডিমা হাছাও জিলাৰ হাফলং সমষ্টিৰ ১০৭ (ক)নং খোথলিৰ এল পি স্কুল
অসমত ক’ভিডৰ সংক্রমণ অধিক বৃদ্ধি পালে জনতাৰ জীৱনৰ সুৰক্ষাৰ স্বার্থত লকডাউন দিয়াৰ ইংগিত দিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ সোমবাৰে মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনত ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ ওপৰত হোৱা এক উচ্চস্তৰীয় পর্যালোচনা বৈঠকৰ পিছতেই মুখ্যমন্ত্রী সোণোৱালে সংবাদ মাধ্যমৰ আগত এই ইংগিত দি কয় যে চৰকাৰে তেনে পর্যায়লৈ নোযোৱাটোতেই বিচাৰে৷ এই মুহূর্তলৈ লকডাউন দিবলগীয়া