Category: Assamese News

আজি পহিলা ব’হাগ, ৰাজ্যৰ চৌদিশে বিহু উদযাপনত ব্যস্ত প্ৰতিজন অসমীয়া

আজি পহিলা ব’হাগ, ৰাজ্যৰ চৌদিশে বিহু উদযাপনত ব্যস্ত প্ৰতিজন অসমীয়া

আজি অৰ্থাৎ বৃহস্পতিবাৰে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন । আজি পহিলা ব’হাগ । ৰাজ্যৰ চৌদিশে বিহু উদযাপনত ব্যস্ত ৰাজ্যবাসী । পহিলা ব’হাগৰ দিনটো মানুহ বিহু হিচাপে ৰাজ্যবাসীয়ে পালন কৰে । গৰু বিহুৰ পিছদিনা উদযাপন কৰা হয় মানুহ বিহু । বৃহস্পতি বাৰে পহিলা ব’হাগ বা মানুহ বিহু উপলক্ষে পুৱা মাহ-হালধিৰে গা-পা ধুই

ছেবা :ক’ভিড প্রট’কলৰ অধীনত মেট্রিক পৰীক্ষা

ছেবা :ক’ভিড প্রট’কলৰ অধীনত মেট্রিক পৰীক্ষা

 ক’ৰোনাকালত হাইস্কুল আৰু হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ এক বিশেষ পৰিকল্পনা যুগুত কৰিছে ছেবা কর্তৃপক্ষই৷ ক’ভিড–১৯ৰ সম্ভাব্য সংক্রমণ প্রতিৰোধকল্পে এই পৰীক্ষার্থীৰ ‘ছীটপ্লেন’ৰ ক্ষেত্রত ছেবাই জাৰি কৰিছে এক নতুন নির্দেশনা৷‘এছ’ প্লেন পদ্ধতিৰ জৰিয়তে পৰীক্ষার্থীসকলে পৰীক্ষাগৃহত আসন গ্রহণ কৰিব লাগিব৷ সেই অনুসৰি প্রতিটো পৰীক্ষা কেন্দ্রৰ প্রথম বেঞ্চত দুজন পৰীক্ষার্থী, দ্বিতীয়খন বেঞ্চত

আজি জজ খেলপথাৰত ছাত্র সন্থাৰ মুকলি বিহু

আজি জজ খেলপথাৰত ছাত্র সন্থাৰ মুকলি বিহু

ব’হাগক আদৰিবলৈ আন বছৰৰ দৰে এইবাৰো সদৌ গুৱাহাটী ছাত্র সন্থাই আজি গৰু বিহুৰ দিনা ঐতিহ্যমণ্ডিত জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে৷ দিনৰ ১০.৩০ বজাত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ অমৰজ্যোতি চৌধুৰীয়ে বিহুৰ পতাকা আৰু আছুৰ সভাপতি দীপাংক কুমাৰ নাথে সদৌ অসম ছাত্র সন্থাৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিবলগীয়া মুকলি বিহুত শ্বহীদ তর্পণ

পূর্ব সূচী মতেই গুৱাহাটীত হ’ব বিহু

পূর্ব সূচী মতেই গুৱাহাটীত হ’ব বিহু

ৰাজ্যত উদ্বেগজনকভাৱে ক’ভিডৰ সংক্রমণ বৃদ্ধি হোৱাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে বিহু উদযাপনৰ ক্ষেত্রত এছ অ’ পি প্রস্তুত কৰিছিল যদিও গুৱাহাটী মহনগৰীত পূর্ব নির্ধাৰিত কার্যসূচী অনুসৰি বিহু উদযাপন কৰা হ’ব৷ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্রাক্মুহূর্তত সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিৰ উপদেষ্টা কৈলাস শর্মাই৷

মাইক্র’ কণ্টেইনমেণ্ট জ’ন সৃষ্টিত গুৰুত্ব; জিলা উপায়ুক্তৰে CM সোণোৱালৰ ভিডিঅ’ কনফাৰেঞ্চ

মাইক্র’ কণ্টেইনমেণ্ট জ’ন সৃষ্টিত গুৰুত্ব; জিলা উপায়ুক্তৰে CM সোণোৱালৰ ভিডিঅ’ কনফাৰেঞ্চ

ক’ৰোনাৰ সংক্রমণ ৰোধৰ ক্ষেত্রত মাইক্র’ কণ্টেইনমেণ্ট জ’ন সৃষ্টি কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ সমান্তৰালভাৱে পৰীক্ষা বৃদ্ধিৰ ক্ষেত্রতো মুখ্যমন্ত্রীয়ে গুৰুত্ব দিছে৷ মঙলবাৰে ৰাজ্যত জিলা উপায়ুক্ত, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু ক’ভিড–১৯ ব্যৱস্থাপনাৰ সৈতে জড়িত সংশ্লিষ্ট বিষয়াসকলৰ সৈতেও পর্যালোচনাত এই দিশসমূহত গুৰুত্ব দিয়াৰ লগতে মুখ্যমন্ত্রীয়ে জিলা উপায়ুক্তসকলক অধিক