Category: Assamese News

গুৱাহাটীৰ চাৰি সমষ্টিত ৪৩ প্রার্থীৰ শক্তি প্রদর্শন

গুৱাহাটীৰ চাৰি সমষ্টিত ৪৩ প্রার্থীৰ শক্তি প্রদর্শন

অসম বিধানসভাৰ তৃতীয় পর্যায়ৰ নির্বাচনী প্রচাৰ কালিৰ পৰা অন্ত পৰিল৷ মনোনয়ন–পত্র দাখিলৰ পিছৰে পৰা ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে কামৰূপ (ম) জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ চুকে–কোণে প্রার্থীসকলে প্রচাৰ অভিযান আৰম্ভ কৰে৷ বিজেপি–কংগ্রেছকে ধৰি মিত্রজোঁট আৰু মহাজোঁটৰ অন্যান্য অংশীদাৰ দলৰ প্রার্থীৰ লগতে অসম জাতীয় পৰিষদ আৰু নির্দলীয় প্রার্থীসকলে ৰোড শ্ব’, বাইক–কাৰ ৰেলী,

কামৰূপ(M)ত ড্রাই ডে’ ঘোষণা

কামৰূপ(M)ত ড্রাই ডে’ ঘোষণা

৬ এপ্রিলত হ’বলগীয়া তৃতীয় পর্যায়ৰ নির্বাচনৰ ভোটগ্রহণ সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে কামৰূপ জিলাৰ জিলা দণ্ডাধীশ কৈলাস কার্তিক এনে আজি সন্ধিয়া ৬ বজাৰ পৰা ৬ এপ্রিলৰ সন্ধিয়া ৬ বজালৈকে জিলাখনত ড্রাই ডে’ ঘোষণা কৰিছে৷ এই সন্দর্ভত জাৰি কৰা নির্দেশটোত কোৱা হয় যে ড্রাই ডে’ৰ সময়ছোৱাত সকলো ধৰণৰ বণ্ডেড ৱেৰহাউছ, বিলাতী সুৰাৰ

আইআইটি গুৱাহাটীৰ ছাত্রীক দলবদ্ধ ধর্ষণ …

আইআইটি গুৱাহাটীৰ ছাত্রীক দলবদ্ধ ধর্ষণ …

গুৱাহাটীঃ দেশৰ ভিতৰতে কাৰিকৰী শিক্ষাৰ অন্যতম প্রতিষ্ঠান আই আই টি গুৱাহাটীত বহিঃৰাজ্যৰ এগৰাকী ছাত্রী দলবদ্ধ ধর্ষণৰ বলি হোৱা ঘটনাই ৰাজ্যত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ–উলাহৰ মাজতে যোৱা ২৮ মার্চৰ মাজনিশা শিক্ষানুষ্ঠানখনত অধ্যয়নৰত গুজৰাটৰ এগৰাকী ছাত্রী ওচৰতে থকা পথৰ জাৰণিত মুমূর্ষু অৱস্থাত উদ্ধাৰ হয়৷ ইয়াৰ পাছতে ছাত্রীগৰাকী দলবদ্ধ ধর্ষণৰ

মিছেছ ইণ্ডিয়াৰ ফাইনেললৈ উত্তৰ–পূবৰ ১১গৰাকী মডেল

মিছেছ ইণ্ডিয়াৰ ফাইনেললৈ উত্তৰ–পূবৰ ১১গৰাকী মডেল

গুৱাহাটীঃ ফেশ্বন জগতৰ ক্ষেত্রখনত বিশেষ ভূমিকা গ্রহণ কৰি অহা মিছেছ ইণ্ডিয়া চি ইজ ইণ্ডিয়াৰ উদ্যোগত মিছেছ ইণ্ডিয়া ইউনিভার্ছ ২০২১ৰ অডিচন কালি গুৱাহাটীত অনুষ্ঠিত হয়৷ গুৱাহাটীৰ লিলি হোটেলত অনুষ্ঠিত এই অডিচনৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ ১১গৰাকী প্রতিযোগীক মিছেছ ইণ্ডিয়া ইউনিভার্ছত অংশগ্রহণৰ বাবে বাছনি কৰা হয়৷ দিল্লী আৰু মালদ্বীপত অনুষ্ঠিত হ’ব লগা মিছেছ ইণ্ডিয়া ইউনিভার্ছৰ

জালুকবাৰীত আজি অমিত শ্বাহৰ বিশাল জনসভা

জালুকবাৰীত আজি অমিত শ্বাহৰ বিশাল জনসভা

গুৱাহাটীঃ  তৃতীয় তথা অন্তিম পর্যায়ৰ নির্বাচনৰ বাবে আজি অন্ত পৰিব প্রচাৰ অভিযান৷ অন্তিম দিনা প্রচাৰ চলাবলৈ পুনৰ অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ আজি তেওঁ তিনিখনকৈ বিশাল নির্বাচনী সমাৱেশ সম্বোধন কৰিব৷ জালুকবাৰী সমষ্টিৰ প্রার্থী বিত্তমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ হৈও প্রচাৰ চলাব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷