Category: Assamese News

নতুন চিনেমাৰ কামত ব্যস্ত জুবিন গাৰ্গঃ সাংবাদিকৰ ৰূপৰ জুবিন

নতুন চিনেমাৰ কামত ব্যস্ত জুবিন গাৰ্গঃ সাংবাদিকৰ ৰূপৰ জুবিন

নতুন চিনেমাৰ কামত ব্যস্ত হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। কামৰ মাজতে কামপুৰৰ কপিলী নৈত সাতুৰিলে জুবিনে। ৰাজনীতিক বিষয় হিচাপে লৈ নিৰ্মাণ হ’বলগীয়া পৰৱৰ্তী চিনেমাত জুবিনে এগৰাকী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিব। ইপিনে সমগ্ৰ বিশ্বত সাংবাদিকৰ ৰূপ সলনি হোৱা বুলি মন্তব্য কৰি জুবিনে লগতে কয় যে সমাজত এতিয়াও সত, নিৰ্ভীক আৰু সাহসী সাংবাদিক আছে।

চিৰাঙত চোৰাং কাঠ সৰবৰাহ কৰা ৫ খন কাঠভৰ্তি বাহন জব্দ

চিৰাঙত চোৰাং কাঠ সৰবৰাহ কৰা ৫ খন কাঠভৰ্তি বাহন জব্দ

চিৰাঙত আজি পুৱতিনিশা ৫খন অবৈধ কাঠভৰ্তি মিনি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ বিভিন্ন স্থানৰ পৰা চোৰাং কাঠ সৰবৰাহকাৰীসকলে মিনি ট্ৰাকত চোৰাং কাঠসমূহ ৰাজ্যৰ আন জিলালৈ সৰবৰাহ কৰাৰ চেষ্টা চলোৱাৰ সময়ত চিৰাং জিলা বন বিভাগ আৰু সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ সহযোগত অভিযান চলাই আজি এই বৃহৎ পৰিমাণৰ

জোনাইত কংগ্ৰেছৰ ‘অসম বচাও আহক’ অভিযানঃ গণ সমাৱেশত প্ৰদ্যুৎ বৰদলৈ

জোনাইত কংগ্ৰেছৰ ‘অসম বচাও আহক’ অভিযানঃ গণ সমাৱেশত প্ৰদ্যুৎ বৰদলৈ

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰদ্যুৎ বৰদলৈয়ে জোনাই মহকুমাত প্ৰৱেশ কৰি বিশাল দলীয় গণ সমাৱেশ অনুষ্ঠিত কৰি ২০২১ৰ এপ্ৰিল মাহত হ’ব লগা বিধান সভা নিৰ্বাচনৰ নিৰ্বাচনী ৰণডংকা বজায় ৷ সাংসদ প্রদুৎ বৰদলৈৰ নেতৃত্বত জোনাইত কংগ্ৰেছ দলৰ অসম বচাও আহক মিছনৰ অংশ স্বৰূপে বৃহস্পতিবাৰে জোনাইত উলিওৱা হয় এক পদযাত্রা। জোনাইৰ নােপালী বস্তিৰ

গুৰুতৰভাৱে অসুস্থ প্রফুল্ল মহন্তক এয়াৰ এম্বুলেঞ্চেৰে দিল্লীলৈ

গুৰুতৰভাৱে অসুস্থ প্রফুল্ল মহন্তক এয়াৰ এম্বুলেঞ্চেৰে দিল্লীলৈ

গুৱাহাটী: গুৰুতৰভাৱে অসুস্থ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তক বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা এয়াৰ এম্বুলেঞ্চেৰে উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীলৈ নিয়া হৈছে৷ নতুন দিল্লীৰ এইমছত ভর্তি কৰোৱা মহন্তৰ শাৰীৰিক অৱস্থা এতিয়াও যথেষ্ট জটিল৷ উল্লেখ্য যে যোৱা মাহত হঠাতে অসুস্থ হৈ পৰা মহন্তক মহানগৰীৰ ডাউন টাউন হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ চিকিৎসাধীন অৱস্থাত মহন্ত

হাতীগাঁৱৰ বোৱাৰীক পলুৱাই নিয়া দুই যুৱকক জে’ললৈ

হাতীগাঁৱৰ বোৱাৰীক পলুৱাই নিয়া দুই যুৱকক জে’ললৈ

মহানগৰীৰ হাতীগাঁৱৰ পৰা এগৰাকী বোৱাৰীক পলুৱাই নিয়াৰ অভিযোগত আৰক্ষীয়ে দুজন যুৱকক গ্রেপ্তাৰ কৰে৷ ধৃত যুৱক দুজন গোৱালপাৰা জিলাৰ বিদ্যানগৰৰ ছাইফুল আলম (২৭) আৰু হেদায়েৎপুৰৰ খাইৰুল ইছলাম (২৪) বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, ধৃত ছাইফুল আলম নামৰ যুৱকজনৰ সৈতে হাতীগাঁৱৰ এগৰাকী বোৱাৰীৰ প্রেমৰ সম্পর্ক গঢ়ি উঠিছিল৷ বোৱাৰীগৰাকীক