উপৰিপুৰুষৰ পূজা টাই আহোমসকলৰ এক পৰম্পৰা। মৃতকৰ স্মৃতিচাৰণ কৰি আহোমসকলে অতীজৰে পৰা পূজা অৰ্চনা কৰি আহিছে। এনে এক পৰম্পৰাই হৈছে মে-ডাম-মে-ফী। টাই আহোমসকলে পূৰ্বপুৰুষৰ মৃতকসকলক ৩১ জানুৱাৰী বৃহস্পতিবাৰে সমূহীয়কৈ পূজা-অৰ্চনা কৰি জাতিটোৰ লগতে ৰাজ্য আৰু দেশৰ মংগল কামনা কৰে। দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে মে-ডাম-মে-ফী। শদিয়াৰ মে-ডাম-মে-ফী অনুষ্ঠানত অংশ
Category: Assamese News
বিয়াত বহিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া! আয়তীৰ উৰুলিৰে মুখৰিত হ’ব ৰভাতলী। ২২ ফেব্ৰুৱাৰীত অভিনেত্ৰীগৰাকীৰ বিয়া বুলি জানিব পৰা গৈছে। পিছে এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীৰ ঘৰৰ পৰিয়ালৰ ফালৰ একো আনুষ্ঠানিক ঘোষণা কৰা নাই।জানিব পৰা মতে, দৰা যোৰহাটৰ, নাম ভাস্কৰ বৰুৱা । পছাত এজন শিক্ষক। অভিনেত্ৰী গৰাকীৰ পূৰ্বৰ স্বামী মৃত্যুমুখত পৰিছিল।
আজি ৰাজ্য চৰকাৰৰ জেষ্ঠ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু ইডিএফক তীব্ৰ সমালোচনা কৰে। মন্ত্ৰী গৰাকীয়ে কয় যে বিজেপিয়ে কোনো ধৰণৰ ধৰ্মীয় বিভাজন নকৰে। লগতে মিছন ১০০ৰ ওপৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে মিঞা মুচলমানে বিজেপিক ভোট নিদিয়ে, যিহেতু পঞ্চায়তত দিয়া নাই, ২০১৪ চনটো দিয়া নাই। গতিকে
হাতীগাঁও আৰক্ষীয়ে চাংসাৰিৰ পৰা গ্ৰেপ্তাৰ কৰে বহিঃৰাজ্যৰ বৃহৎ মবাইল চোৰ চক্ৰ । ঝাৰখণ্ডৰ তিনি চোৰ সহ জব্দ ৩৫ টা দামী মবাইল ফোন। নিশা গোপন খবৰৰ ভিত্তিত অভিযান চলাইছিল হাতীগাঁও আৰক্ষীয়ে । ধৃত তিনিৰ নাম মটন আনছাৰী, তাছবীৰ শ্বেখ,,ইডুল শ্বেখ।বেছিভাগ মবাইল বেলতলা বজাৰ আৰু ৰেলষ্টেছনৰ সমীপৰ পৰা চুৰি কৰিছিল মবাইল কেইটা
আজি গুৱাহাটীত শিক্ষকক নিযুক্তি–পত্র প্রদান কৰা অনুষ্ঠানত উপস্থিত থাকি বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ শিক্ষক সমাজৰ বাবে ঘোষণা কৰে এক সুখবৰ। মন্ত্ৰীগৰাকীয়ে ভাষণত কয়, “অহামাহৰ ৫ তাৰিখে সৰুসজাই ফিল্ডত নতুন নিযুক্তি আৰু প্ৰাদেশিকৰণ কৰি ৩০ হাজাৰ শিক্ষকক নিযুক্তি পত্ৰ তুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। ২০১৩ চনত টেট শিক্ষকক ২৫