Category: Assamese News

‘CAAএ শেষ কৰিব অসমীয়া জাতি’-হিন্দুত্ববাদী আৰু মুছলমান মৌলবাদীক ২০২১ত পৰাভূত কৰাৰ হুংকাৰ অখিল গগৈৰ

‘CAAএ শেষ কৰিব অসমীয়া জাতি’-হিন্দুত্ববাদী আৰু মুছলমান মৌলবাদীক ২০২১ত পৰাভূত কৰাৰ হুংকাৰ অখিল গগৈৰ

শুকুৰবাৰে গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত উপস্থিত হ’ল কাৰাবন্দী কৃষক নেতা অখিল গগৈ। স্বাস্থ্য পৰীক্ষাৰ বাবে উপস্থিত হোৱা অখিল গগৈয়ে চিকিত্‍সা মহাবিদ্যালয়খনৰ পৰাই দিলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হুংকাৰ। দুৰ্ভাগ্যজনক ভাবে নাগৰিকত্ব সংশোধী আইন বিৰোধী আন্দোলন স্তিমিত হৈছে বুলি উদ্বেগ প্ৰকাশ কৰে কৃষকনেতাগৰাকীয়ে। অখিল গগৈয়ে কয় যে, ‘নাগৰিকত্ব সংশোধনী আইনে শেষ কৰিব

কোৰোণা ভেকচিন ল’বলৈ এৰিব লাগিব সুৰাপান, স্পষ্টকৈ জনাই দিলে গৱেষকসকলে

কোৰোণা ভেকচিন ল’বলৈ এৰিব লাগিব সুৰাপান, স্পষ্টকৈ জনাই দিলে গৱেষকসকলে

বৰ্তমান সমগ্ৰ দেশে অপেক্ষা কৰিছে কোৰোণা ভেকচিনৰ বাবে। আৰু এনে সময়তে এটা খবৰ পোহৰলৈ আহিছে যিটো শুনি হয়তো মূৰত হাত দিব সুৰাপায়ীসকলে। গৱেষকসকলে স্পষ্ট কৰি দিছে যে কোৰোণাৰ টিকা ল’লে এৰিব লাগিব সুৰা! সুৰাপান কৰিলে শৰীৰত কাম নকৰিব কোৰোণা ভেকচিনে। কিমান দিন সুৰা বাদ দিব লাগিব? গৱেষকসকলে কৈছে, ৰাছিয়াত প্ৰস্তুত

শিৱসাগৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব অখিল গগৈয়ে

আজিৰ পৰা ৰাজ্যত আকৌ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। শুকুৰবাৰে শিৱসাগৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল কেইবাটাও দল সংগঠন। তাৰ মাজতে ৰাইজৰ দলৰ আহ্বায়ক শৃংখল চলিহাৰ গুৰুত্ব পূৰ্ণ মন্তব্য। অখিল গগৈক মুক্তি নিদিয়া পৰ্যন্ত ৰাজ্যত ব্যাপক ৰূপত চলিব কা’ৰ বিৰুদ্ধে প্ৰতিবাদ। আনহাতে কাৰাবন্দী হৈ থকা অখিল

ভাল খবৰ! নিউ বঙাইগাঁও-গুৱাহাটীৰ মাজত প্ৰতিদিনে চলিব বিশেষ পেচেঞ্জাৰ ৰে’ল

ভাল খবৰ! নিউ বঙাইগাঁও-গুৱাহাটীৰ মাজত প্ৰতিদিনে চলিব বিশেষ পেচেঞ্জাৰ ৰে’ল

ক’ভিড-১৯ অতিমাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি সকলাে পেচেঞ্জাৰ ৰে’লৰ চলাচল বন্ধ হৈ পৰাত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে ৰে’লত নিয়মীয়াকৈ যাতায়াত কৰা যাত্ৰীসকল। শেহতীয়াকৈ উত্তৰ পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ৰাজ্যৰ অধিকাংশ পেচেঞ্জাৰ ৰে’লৰ চলাচল চিৰদিনৰ বাবে বন্ধ কৰা বুলি ওলােৱা খবৰৰ মাজতে ৰে’ল বিভাগে নিউ বঙাইগাঁও তথা গুৱাহাটীৰ মাজত বিশেষ পেচেঞ্জাৰ ৰে’ল প্ৰতিদিনে চলােৱাৰ

নিশা ধন বিলোৱাৰ অভিযোগত সাংসদ নৱ শৰণীয়াক আটক আৰক্ষীৰ

নিশা ধন বিলোৱাৰ অভিযোগত সাংসদ নৱ শৰণীয়াক আটক আৰক্ষীৰ

সাংসদ নৱ শৰণীয়াক আটক কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে। নিশা ছালাকাটিত ধন বিলোৱাৰ অভিযোগত আটক কৰে সাংসদগৰাকীক। উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ অন্তত নিশা ছালাকাটিৰ এখন গাঁৱত নৱ শৰণীয়াই ধন বিলোৱাৰ অভিযোগ আহিছিল আৰক্ষীলৈ। এই খবৰৰ পাছতে ছালাকাটি আৰক্ষীয়ে নিশাই আটক কৰে সাংসদগৰাকীক। পাছত নিশাই কোকৰাঝাৰ থানালৈ লৈ যোৱা হয় সাংসদগৰাকীক।