পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্র দুটা দিন বাকী৷ ইতিমধ্যে পোহৰৰ উৎসৱ দীপাৱলীক আদৰিবলৈ ৰাজ্যৰ লগতে মহানগৰীতো চলিছে প্রস্তুতি৷বজাৰ ভৰিছে ৰং–বিঙৰৰ আলোকসজ্জা আৰু মাটিৰ চাকিৰে৷ এইবাৰ গুৱাহাটীত আতচবাজী ফুটোৱাৰ ক্ষেত্রত আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে মহানগৰীৰ বজাৰত বৃদ্ধি পাইছে থলুৱা চাকি৷ ইতিমধ্যে ৰামপুৰ, বিজয়নগৰৰ একাংশ শিল্পীয়ে প্রস্তুত কৰা মাটিৰ চাকিয়ে দখল কৰিছে
Category: Assamese News
প্ৰায়ে চৰ্চাত থাকে দিশা পাটানী। বহুতে নেচনেল ক্ৰাছ বুলিও কয় অভিনেত্ৰীগৰাকীক। কিছুদিন পূৰ্বে ‘Calvin Klein’ৰ বিজ্ঞাপন শ্বুট কৰি বিতৰ্কৰ সূচনা কৰিছিল অভিনেত্ৰীগৰাকীয়ে। পিছে এতিয়া দিশা পাটানীৰ বিবাহকলৈ চলিছে চৰ্চা। দীৰ্ঘদিন ধৰি অভিনেত্ৰীগৰাকীৰ টাইগাৰ শ্ৰফৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকা বুলি প্ৰায় সকলোৰে মুখে মুখে। পিছে এইবাৰ নিজৰ বিবাহৰ সন্দৰ্ভত মন্তব্য কৰিছে
বিহাৰৰ নিৰ্বাচনত এনডিএ ১২৫ খন আসন লাভ কৰাৰ লগতে বিজেপিয়ে অকলে ৭৪ খন আসনত জয়লাভ কৰে । বিহাৰ নিৰ্বাচনত বিজয়ৰ বাবে বিহাৰৰ জনতাৰ আশীৰ্বাদত লোকতন্ত্ৰই পুনৰ এবাৰ বিজয় সাব্যস্ত কৰিলে বুলি প্ৰধানমন্ত্ৰী মোডীয়ে টুইট যোগে ব্যক্ত কৰে । बिहार में जनता-जनार्दन के आशीर्वाद से लोकतंत्र ने एक बार फिर
ফলাফল প্ৰকাশ নহওতেই পৰাজয় স্বীকাৰ কৰিলে নীতিশ কুমাৰ নেতৃত্বাধীন JDUৰ দলে। দলটোৰ এগৰাকী প্ৰবক্তা কে চি ত্যাগীয়ে শেহতীয়াকৈ সংবাদমাধ্যমৰ আগত কয় যে, তেজস্বী যাদৱ নহয় প্ৰাকৃতিক পৰিঘটনাইহে আমাক পৰাজিত কৰিছে। তেও লগতে কয় যে, বৰ্তমানেও নীতিশ কুমাৰ নাইকিয়া হৈ যোৱা নাই। আৰু তেজস্বী যাদৱেই যে মুখ্যমন্ত্ৰী হব তাৰ কোনো নিশ্চয়তা
গুৱাহাটীঃ এতিয়াৰে পৰা ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক হ’ব আধাৰ কাৰ্ড। ৰাজ্যত অধ্যয়ন কৰি থকা ছবছৰৰ পৰা ওঠৰ বছৰ বয়সৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবেই বাধ্যতামূলক হ’ব আধাৰ। এই ক্ষেত্ৰত অসমৰ শিক্ষা বিভাগে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ। সোমবাৰৰ পৰা ৰাজ্যৰ সকলো জিলাতে আৰম্ভ হৈছে ছাত্ৰ-ছাত্ৰীৰ বাবে আধাৰ প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়া। এই উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত