মুলমানসকলৰ চিনাকিয়েই হল মাদ্রাছা৷ সেয়েহে অসমত কোনোপধ্যেই মাদ্রাছা বন্ধ কৰিবলৈ দিয়া নহ’ব৷ এই দাবীৰে আজি উত্তাল হ’ল নতুন দিল্লীৰ যন্তৰ–মন্তৰ৷ অসমৰ মুছলিম ছাত্র সন্থাৰ এই প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ সদস্যবৃন্দ৷ অসম চৰকাৰৰ বিৰুদ্ধে শতাধিক প্রতিবাদকাৰীৰ অভিযোগ– আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে ৰাজনৈতিক মুনাফা আদায়ৰ বাবেই বিজেপি চৰকাৰে
Category: Assamese News
প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে হাৰিয়ানাত এগৰাকী যুৱতীক গুলীয়াই হত্যা কৰাৰ পিছত বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে ছুৰীৰে উপৰ্যুপৰি আঘাত কৰিলে এগৰাকী অভিনেত্ৰীক। মুম্বাইৰ আন্ধেৰিত সোমবাৰে নিশা ৯ বজাত সংঘটিত হয় এই ঘটনা। ঘটনাত আঘাতপ্ৰাপ্ত বলীউড তথা টিভিৰ জনপ্ৰিয় অভিনেত্ৰী মালভী মালহোত্ৰা নামৰ অভিনেত্ৰীগৰাকীক এবছৰ পূৰ্বৰ চিনাকি যোগেশ মহিপাল সিং
মিঞা মিউজিয়ামক লৈ ৰাজ্যজুৰি বিতৰ্ক সৃষ্টি হৈ থকাৰ সময়তে বিধায়ক প্ৰশান্ত ফুকনে উভটি ধৰিলে শ্বেৰমান আলীক। আজি সাংবাদিকৰ আগত তেওঁ কয় যে তেওঁলোক বাংলাদেশৰ পৰা অহা তেওঁলোকে এতিয়া সংৰক্ষণৰ কথা ক’ব আহে। লুঙী শাৰী মিউজিয়ামত থাকে নেকি বুলি প্ৰশ্ন বিধায়কগৰাকীৰ। সাম্প্ৰদায়িকতাৰ কথা আনিবলৈ চেষ্টা কৰিছে এইকথা বোৰ মানি লোৱা নহয়।
কেন্দ্ৰীয়শাসিত জম্মু-কাশ্মীৰক লৈ কেন্দ্রই কৰিছে বৃহৎ ঘোষণা। এতিয়াৰ পৰা কাশ্মীৰত আপুনি যদি বিচাৰে দোকান খুলি মাটি কিনিব পাৰিব। কেন্দ্ৰীয় চৰকাৰৰ নতুন ঘোষণা অনুসৰি Municipal Area আৰু নগৰীয়া এলেকাত সকলো ভাৰতীয় নাগৰিকে ক্ৰয় কৰিব পাৰিব মাটি। মাটি ক্ৰয় কৰিবলৈ প্ৰয়োজন নহ’ব স্থানীয় বাসিন্দা বা State Subject হোৱাৰ। ঔদ্যোগিক অঞ্চল হিচাপে চিহ্নিত
অসমত কোনো দিন নেদেখা এক দৃশ্য! বিজয়া দশমীৰ দিনাই তিনিচুকীয়াৰ ৰাজপথত দেখিবলৈ পোৱা গ’ল এক অদ্ভুত দৃশ্য। কোভিড প্ৰট’কলৰ লগতে প্ৰশাসনে দুৰ্গা পূজা উদযাপনৰ বাবে বান্ধি দিয়া নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই প্ৰায় ৭০ জনীয়া এটা যুৱকৰ দলে হাতে হাতে দা-তৰোৱাল লৈ মটৰ চাইকেলত ৰেলী উলিয়াই উত্তাল কৰি তোলে পৰিবেশ। নিজকে