Category: Assamese News

জনজাতিকৰণ আৰু শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত মাকুমত আছাৰ প্ৰতিবাদ

জনজাতিকৰণ আৰু শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত মাকুমত আছাৰ প্ৰতিবাদ

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আহ্বানত চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ দাবীত আছাই আজি মাকুমত প্ৰতিবাদ সাব্যস্ত কৰে। তিনিচুকীয়া নগৰৰ সমীপৱৰ্তী মাকুম নগৰৰ মাজ মজিয়াত, ৰাষ্ট্ৰীয় ঘাইপথত আজি পুত্তলিকা দাহ কৰি প্ৰতিবাদ কৰে । আছাৰ মাকুম আঞ্চলিক সমিতিৰ

কলকাতাৰ দুৰ্গা পূজা মণ্ডপত অভিনেতা চনু সুডৰ প্ৰতিমূৰ্তি

কলকাতাৰ দুৰ্গা পূজা মণ্ডপত অভিনেতা চনু সুডৰ প্ৰতিমূৰ্তি

অভিনেতা চনু সুডে লকডাউনৰ সময়ত বিশেষকৈ বিপদত পৰা শ্ৰমিক সকলকে ধৰি বিপদত পৰা বহুজনক সহায় কৰি সকলোৰে হৃদয়জয় কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ এই কামৰ প্ৰতি স্বীকৃতি দি কলকাতাৰ কেশোপুৰ প্ৰফুল্ল কানন দুৰ্গা পূজা কমিটিয়ে নিজৰ পূজা মণ্ডপত অভিনেতা জনৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে ।

১৫২জন এল এল এম পৰীক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ে ল’লে ৯মাহতকৈ অধিক সময়

১৫২জন এল এল এম পৰীক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ে ল’লে ৯মাহতকৈ অধিক সময়

নটা মাহৰো অধিক সময়ৰ অন্তত আজি ২১ অক্টোবৰত গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰিলে আইনৰ স্নাতকোত্তৰ শাখা(এল এল এম)ৰ ফলাফল । ১৫২ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা এই পৰীক্ষাত উৰ্ত্তীণ হয় ১১৪ জন পৰীক্ষাৰ্থী ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ স্নাতকোত্তৰ শাখাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ সপ্তৰ্ষি

মুকলি হ’ল নৱ-নিৰ্মিত গণেশগুৰি উৰণীয়া সেতু

মুকলি হ’ল নৱ-নিৰ্মিত গণেশগুৰি উৰণীয়া সেতু

আজি মুকলি কৰা হ’ল নৱ-নিৰ্মিত গণেশগুৰি উৰণীয়া সেতু। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰে উৰণীয়া সেতুখন। মহা ষষ্ঠীৰ দিনাই গুবাহাটীবাসীলৈ উপহাৰ। মহানগৰীৰ যান-যট সমস্যা দুৰ কৰাত এই উৰণীয়া সেতুখনে নিশ্চয়কৈ প্ৰভাৱ পেলাব। মাত্ৰ ১৯ মাহতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলা হৈছে। উৰণীয়া সেতুত উদ্ভাসিত হৈছে অসমৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

গুৱাহাটী ষ্টেচনত ৫০ লাখ টকাৰ চোৰাং সোণসহ এজনক গ্রেপ্তাৰ

গুৱাহাটী ষ্টেচনত ৫০ লাখ টকাৰ চোৰাং সোণসহ এজনক গ্রেপ্তাৰ

চৰকাৰী ৰে’ল আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত গুৱাহাটী ষ্টেচনত নামনিমুৱা অবধ আছাম এক্সপ্রেছত অভিযান চলাই ৬ টুকুৰা সোণৰ বিস্কুটসহ এজন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ চৰকাৰী ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পৰহি নিশা প্রায় ৯.৫০ বজাত নামনিমুৱা এক্সপ্রেছখনত অভিযান চলাই মন্তোষ মাহাতো নামৰ লোকজনৰ পৰা ৬ টুকুৰা চোৰাং সোণৰ বিস্কুট