গুৱাহাটী: লকডাউনৰ মাজতেই সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ডবকাৰ ভেলৌগুৰিত এগৰাকী আদিবাসী কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰি হত্যা কৰিলে একেগাঁৱৰে কেইজনমান যুৱকে। মঙলবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা। কিন্তু বুধবাৰেহে পোহৰলৈ আহে এই কাণ্ডৰ সবিশেষ। ঘটনাৰ বিৱৰণিৰ মতে, নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ একেখন গাঁৱৰে কেইজনমান যুৱকে প্ৰৱেশ কৰিছিল কিশোৰীগৰাকীৰ
Category: Assamese News
গুৱাহাটী: মঙলদৈত হোম কোৱাৰেণ্টীন শেষ কৰা দুজন যুৱকৰ দেহত পোৱা গৈছে কৰ’না। চেন্নাইৰ পৰা ৰে’লৰে আহি ১২জুনলৈ কোৱাৰেণ্টীনত আছিল যুৱক দুজন। ১৩ জুনত দুয়ো ওলাই গৈছিল বজাৰ কৰিবলৈ। মঙলদৈৰ এটা ATMৰ পৰা উলিয়াইছিল ধন। ১৪জুনত শহুৰৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত ভাগ লৈছিল এজন যুৱকে। সেই দিনাই দুয়োজনৰে SWAB পৰীক্ষাৰ ফলাফল অহাত
গুৱাহাটী: কোভিড-১৯ত আক্ৰান্ত হৈ নাৰায়ণপুৰৰ যুৱতীৰ দিল্লীত মৃত্যু। মৃত যুৱতীগৰাকীৰ নাম ছোনীয়া দেউৰী। নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱৰ পাহাৰসিং দেউৰী আৰু দিদৌবা দেউৰীৰ কন্যা ছোনীয়া দেউৰী। বিগত ১২ বছৰ ধৰি দিল্লীৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল ছোনীয়া। বুধবাৰে সন্ধিয়া ৫-৩০ বজাত দিল্লীৰ এইমছৰ ট্ৰমা চেন্টাৰত মৃত্যু হয় যুৱতী গৰাকীৰ। যুৱতী গৰাকীৰ আকস্মিক
‘লাভ ইউ মা, লাভ ইউ দেউতা, ভাইটিক ভালদৰে পঢ়াবা’ কিশোৰীগৰাকীৰ গোৰেশ্বৰৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। সোমবাৰে কিশোৰীগৰাকীৰ ঘৰলৈও আহিছিল যুৱকজন। নলবাৰী চাঞ্চল্যকৰ ঘটনা। ৰে’লৰ আগত থিয় হৈ নিজকে শেষ কৰি পেলালে এগৰাকী কিশোৰীয়ে। নলবাৰীৰ বৰকুৰা ৰে’লগে’টত সংঘটিত হৈছে এই ঘটনা। কেইবাটাও টিকটক ভিডিঅ’ বনাই তাৰ পিছতে উজনিমুৱা শ্ৰমিক
১৬ জুনঃ এগৰাকী অসমীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ হ’ল ৰাজধানী চহৰ নতুন দিল্লীত। বিশেষ সূত্ৰে জানিব পৰা মতে, ফাৰ্মী বৰা নামৰ অসমীয়া যুৱতীগৰাকীৰ মৃতদেহ দিল্লীৰ ছত্তৰপুৰত থকা ভাৰাঘৰত উদ্ধাৰ কৰা হৈছে। যুৱতীগৰাকীয়ে দিল্লীত এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰি আছিল। অসমৰ তিনিচুকীয়া নিৱাসী ফাৰ্মী বৰাই ভগ্নীৰ সৈতে বিগত বহু বছৰ ধৰি দিল্লীত