কৰিমগঞ্জ, ৬ জুনঃ কৰিমগঞ্জৰ কৰ্ণমধু এলেকাত অঘটন । দেওবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱাৰ বাবেই আত্মহত্যা কৰে এগৰাকী ছাত্ৰীয়ে । কমিমগঞ্জৰ জুনিটিলা এলেকাত সংঘটিত হয় এই ঘটনা । আত্মহত্যা কৰা ছাত্ৰী গৰাকীৰ নাম ছুমনা বেগম বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে । আনহাতে,ছাত্ৰীৰ গৰাকীৰ আত্মহত্যাৰ পাচতে শোকৰ ছাঁ পৰিছে
Category: Assamese News
ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ প্ৰথম দহটা স্থানত উজলিল ৪২ গৰাকী । ৰাজ্যৰ শীৰ্ষ দহটা স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীসকল – প্ৰথম স্থান- ধৃতিৰাজ বাস্তৱ কলিতা (৫৯৫), পদুম পুখুৰী হাইস্কুল, দৰং দ্বিতীয় স্থান- অলংকৃতা গৌতম বৰুৱা (৫৯৪), ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড় তৃতীয় স্থান- দেবিস্মা প্ৰিয়া বৰা (৫৯১), জ্ঞানজ্যোতি
গুৱাহাটী: প্ৰথম স্থান লাভ কৰিছে ঢকুৱা হাই মাদ্ৰাছা, বৰপেটাৰ যামিন আলি(Yamin Ali)- 558 Marks দ্বিতীয় স্থান লাভ কৰিছে এছ এ বি হাই মাদ্ৰাছা, কামৰূপৰ আফচনা য়াস্মিন (Afsana Yasmin)-552 Marks তৃতীয় স্থান লাভ কৰিছে নাবাজ্যতি হাই মাদ্ৰাছা, কোকৰাঝাৰৰ ৰসিদুল আলি (Rashidul Ali)- 551 Marks
👉হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দৰং ৷ 👉ধৃতিৰাজ কলিতা ৷ 👉প্ৰাপ্ত নম্বৰ- ৫৯৫ 👉বৰমপুৰ জাতীয় বিদ্যালয় 👉পৰীক্ষা কেন্দ্ৰ-পদুমপুখুৰী হাইস্কুল ৷
ৰাইজৰ বহুত ডাঙৰ সপোন এটি বাস্তৱত পৰিণত কৰি দেখুৱাব বিধায়ক পদ্মই জামুগুৰিহাট: চন্দন শৰ্মা: চতিয়া বিধানসভা সমষ্টিৰ এটা জ্বলন্ত আৰু পুৰণি সমস্যাৰ স্থায়ী সমাধানৰ দিশে অগ্ৰসৰ হৈছে চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা । বিধায়ক পদ্মই ৰাজহুৱা ভাৱে ঘোষণা কৰিবলৈ পাই সুখী যে টুপীয়া-বালিজুৰি ৰঙাচকুৱা-মৰিসুতি হৈ সংযোগী ১৪.১৫ কি.মি.