গোলকগঞ্জ চাৰিআলিত দেওবাৰে সংঘটিত হয় এক দুৰ্ঘটনা । এই দুৰ্ঘটনাৰ পাচতেই আকস্মাতে নিজৰ এ কে ৪৭ ৰ গুলী ওলাই নিহত হয় উমেশ ৰায় নামৰ আৰক্ষী জোৱানজন । ঘটনা অনুসৰি বাইকেৰে গৈ থকা অৱস্থাত গোলকগঞ্জ চাৰিআলিত দুৰ্ঘটনাত পতিত হয় আৰক্ষী জোৱানজন । দুৰ্ঘটনাৰ পাচতেই অকস্মাতে নিজৰ হাতত থকা এ কে ৪৭
Category: Assamese News
গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত আজি মৃত্যু হয় বিশিষ্ট প্ৰযোজকগৰাকীৰ । জনপ্ৰিয় অসমীয়া ছবি ‘মা তুমি অনন্যা’, ‘জোনদা ইমান গুণ্ডা’, ‘চুৰেন চোৰৰ পুতেক’, ‘অন্তহীন যাত্ৰা’ ছবিকেইখন প্ৰযোজনা কৰিছিল প্ৰাঞ্জল ভৰালীয়ে । যোৱা ১৪ ফেব্ৰুৱাৰীত নেমকেয়াৰত ভৰ্তি কৰোৱা হৈছিল প্ৰযোজকগৰাকীক । আজি পুৱা ৫.৪৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । দীৰ্ঘদিন ধৰি
অসমৰ পাঁচ জনলৈ পদ্মশ্রী সন্মান ঘোষণা। ১. নৃত্যপতীয়সী ইন্দিৰা পি পি বৰা ২. হস্তী বিশেষজ্ঞ কুশল শৰ্মা ৩. সাহিত্যিক যোগেন্দ্ৰ নাথ ফুকন ৪. সাহিত্যিক লীল বাহাদুৰ ছেত্ৰী ৫. চিকিৎসক ৰবি কানন আৰু লগতে অসমীয়া সাহিত্যিক, চুবুৰীয়া অৰুণাচলৰ ৬. য়েছে দৰজে ঠংছি।
নিউজ ডেস্ক, ২৩জানুৱাৰী :- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষাগত অৰ্হতাক লৈ social media ত সৃষ্টি হৈছে নতুন বিতৰ্ক। ভাইৰেল হৈ পৰিছে মন্ত্ৰী শৰ্মাই ২০১১ আৰু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত দাখিল কৰা দুখন পৃথক শপতনামা। মন্ত্ৰী শৰ্মাই ২০১১ চনৰ শপত নামাত ১৯৯৪ চনত কটন কলেজৰ পৰা M.A. ( স্নাকোত্তৰ ) ডিগ্ৰী
অসমৰ শিৱাঙ্গী শৰ্মাই সাঁতোৰৰ ৪০০ মিটাৰ ফ্ৰীষ্টাইল শাখাত সোণৰ পদক অৰ্জন কৰে । ইয়াকে লৈ এতিয়ালৈকে খেল’ ইণ্ডিয়া সমাৰোহ ২০২০ত শিৱাঙ্গীয়ে তিনিটা সোণৰ পদক অৰ্জন কৰে । #KheloIndia2020 #KheloIndia #KheloIndiaYouthGames2020