শনিয়ে খুব লাহে লাহে ৰাশি পৰিৱৰ্তন কৰে, যাৰ ফলত সমস্ত ৰাশিচক্ৰৰ এটা চক্ৰ সম্পূৰ্ণ কৰিবলৈ প্ৰায় ৩০ বছৰ সময় লাগে। বৰ্তমান শনিদেৱ কুম্ভ ৰাশিত অৱস্থান কৰিব। এই বছৰ আন কোনো ৰাশিত প্ৰৱেশ নকৰে। মাৰ্চ মাহত শনিদেৱ উদিত হ’ব। তেতিয়া ১২টা ৰাশিক প্ৰভাৱিত কৰিব। ধাৰণা কৰা হয়, ৩০ বছৰ পিছত কুম্ভ
Category: Assamese News
মেষ ৰাশি: আজি আপুনি আপোনাৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ যথেষ্ট পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ব। যদি আপোনাৰ চাৰিওফালৰ লোকসকলৰ সৈতে বিবাদ চলি আছে, তেন্তে আজি উন্নত হ’ব আৰু পাৰস্পৰিক প্ৰেম বৃদ্ধি হ’ব। যদি আজি ভ্ৰমণলৈ যাবলৈ প্ৰস্তুতি চলাই আছে তেনেহ’লে আপুনি সাৱধান হওক, কিয়নো দুৰ্ঘটনা হোৱাৰ
পলাশবাৰী, ২০ জানুৱাৰী: ৰাজ্য চৰকাৰৰ সাংকৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত বিষ্ণু ৰাভা, জ্যোতি , ভূপেন্দ্ৰ আৰু ৰৱীন্দ্ৰ সংগীত প্ৰতিযোগিতাত দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত হুদুমপুৰ গাঁৱৰ বাসিনদা চুমি কলিতাই জিলা পৰ্যায়ৰ ৰাভা সংগীতত প্ৰথম আৰু ভূপেন্দ্ৰ সংগীতত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য, ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাসমূহৰ
শনিবাৰ দিনটো ভগৱান শনিক উৎসৰ্গা কৰি তেওঁক উপাসনা কৰা হয়। জ্যোতিষশাস্ত্ৰত শনিক পাপী আৰু নিষ্ঠুৰ গ্ৰহ বুলি কোৱা হয়।শনিৰ অশুভ প্ৰভাৱৰ বাবে এজন ব্যক্তিৰ জীৱন বেয়াকৈ প্ৰভাৱিত হ’ব পাৰে। জ্যোতিষীয় গণনা অনুসৰি, প্ৰতিজন ব্যক্তিৰ জীৱনত কমেও এবাৰ শনিৰ প্ৰভাৱ পৰে। যাৰ ফলত সেই বিশেষ ব্যক্তিজনে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।ইতিমধ্যে
আজি শনিবাৰে ন্যায়ৰ দেৱতা শনিদেৱস সন্তুষ্ট কৰিলে দূৰ হয় দুখ–কষ্ট। শনিদেৱক নিষ্ঠুৰ গ্ৰহ বুলি কোৱা হয়, কিন্তু আপুনি জনা উচিত যে শনি মহাৰাজে মানুহক প্ৰতাৰণা নকৰে। মানুহে যেনে কৰ্ম কৰে, তেনে ফল দিয়ে শনিদেৱে। যদি আপুনি বেয়া কৰ্ম কৰিছে তেন্তে তাৰ ফল ভুগিব লাগিব। কোৱা হয় যে শনিদেৱে কৰা কামৰ