Category: Assamese News

গুৱাহাটীৰ জঘন্য ঘটনাত জড়িত ৭ নৰপিশাচক গ্ৰেপ্তাৰ, পলাতক আন দুই অভিযুক্ত….

গুৱাহাটীৰ জঘন্য ঘটনাত জড়িত ৭ নৰপিশাচক গ্ৰেপ্তাৰ, পলাতক আন দুই অভিযুক্ত….

গুৱাহাটীৰ গড়চুকত সংঘটিত জঘন্য ঘটনাৰ ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এতিয়া পলাতক হৈ আছে আন দুই অভিযুক্ত। আৰক্ষীৰ জালত পৰিছে মূল অভিযুক্ত দীপাংকৰ মুখীয়াৰ লগতে কুলদ্বীপ, পিংকু দাস, মৃণাল, গগন, বিজয় আৰু সৌৰভ। বৰ্তমানো জালত পৰা নাই ৰবীন দাস আৰু কৃষ্ণ নামৰ আন দুই অভিযুক্ত। গড়চুকৰ বৰাগাঁৱৰ নিজৰাপাৰৰ দুৰ্গা মন্দিৰৰ

জ্যোতিষ শাস্ত্ৰৰ সবাতোকৈ অশুভ মাহ দুই ৰাশিৰ বাবে হ’ব অতিকে শুভ, কৃপা কৰিব সূৰ্যই..

জ্যোতিষ শাস্ত্ৰৰ সবাতোকৈ অশুভ মাহ দুই ৰাশিৰ বাবে হ’ব অতিকে শুভ, কৃপা কৰিব সূৰ্যই..

জ্যোতিষ শাস্ত্ৰৰ সবাতোকৈ অশুভ মাহ দুই ৰাশিৰ বাবে হ’ব অতিকে শুভ, কৃপা কৰিব সূৰ্যই পুহ মাহ আৰম্ভ হ’বলৈ মাজত আৰু দুটামান দিন বাকি। জ্যোতিশ শাস্ত মতে এই মাহ কোনো শুভ কামৰ বাবে উচিত নহয়। কিন্তু ২ ৰাশিৰ বাবে বিশেষ ভাৱে ভাল হবলৈ গৈ আছে এই মাহ। লগতে এই মাহ সূৰ্য্য

আপুনি গাহৰি খোৱাৰ কথা ভাবিবলৈ বাদ দিয়ক, বনভোজৰ সময়তো এইবাৰ খাবলৈ নাপাব গাহৰি!

আপুনি গাহৰি খোৱাৰ কথা ভাবিবলৈ বাদ দিয়ক, বনভোজৰ সময়তো এইবাৰ খাবলৈ নাপাব গাহৰি!

২০২৪ চনৰ শেষৰটো মাহ, কেইদিনমানৰ পাছতে নতুন বছৰ আহিব। ৰাজ্যবাসীৰ মনত দেখা গৈছে উৎসুকতা। বছৰৰ শেষৰ সময়খিনিত বিভিন্ন স্থানত প্ৰীতি ভোজৰ আয়োজন হৈছে, বনভোজ স্থলীলৈ বনভোজপ্ৰেমী সকল যাবলৈ লোৱাৰ সময়খিনিতে এটি বেয়া খবৰ আহিছে। এই বেয়া খবৰটো কেৱল শিৱসাগৰবাসীৰ বাবে। কিয়নো শিৱসাগৰত পাবলৈ নাই গাহৰি মাংস। গাহৰি মাংস বিচাৰি হাবাথুৰি

B.J.P. নেতা কুলেন নাথৰ মৃত্যুত শোক প্ৰকাশ

B.J.P. নেতা কুলেন নাথৰ মৃত্যুত শোক প্ৰকাশ

ডিমাকুছিৰ ৰজাগড়ৰ উদীয়মান যুৱ সমাজকৰ্মী কুলেন নাথৰ পথ দুৰ্ঘটনাত মৃত্যু। যুৱ সমাজকৰ্মী কুলেন নাথৰ অকাল বিয়োগত বৃহত্তৰ অঞ্চল জুৰি শোকৰ ছাঁ পৰে। ৪ ডিচেম্বৰ :- ওদালগুৰি জিলাৰ বৃহত্তৰ ডিমাকুছি অঞ্চলৰ ৰজাগড়ৰ সৰবৰহী যুৱক , উদীয়মান সমাজ সংগঠক , এগৰাকী যুৱ ব্যৱসায়ী কুলেন নাথৰ আজি এক আকস্মিক পথ দুৰ্ঘটনাত মৃত্যু হয়

দৰঙত বাঘৰ আক্ৰমণত পুনৰ এজন আহত

দৰঙত বাঘৰ আক্ৰমণত পুনৰ এজন আহত

দৰং জিলাত বাঘৰ আক্ৰমণত আজি আৰু এজন লোক আহত হয়। জিলাখনৰ দলগাঁও থানাৰ অন্তৰ্গত আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ দাঁতি কাষৰীয়া কাছোমাৰী গাঁৱত পুৱা প্ৰায় ৮ বজাত ঘটনাটো সংঘটিত হয়। পথাৰত কাম কৰি থকাৰ সময়তে দুৰ্ভগীয়া ব্যক্তি জন বাঘৰ অতৰ্কিত আক্ৰমণৰ সন্মুখীন হয়। গুৰুতৰভাৱে আহত স্হানীয় ব্যক্তি জনক