Category: Assamese News

ধৰালৈ আগমণ ঘটিল দেৱী দুৰ্গাৰঃ আৰম্ভ হ’ল শাৰদীয় উৎসৱৰ বতৰ…

ধৰালৈ আগমণ ঘটিল দেৱী দুৰ্গাৰঃ আৰম্ভ হ’ল শাৰদীয় উৎসৱৰ বতৰ…

উৎসৱৰ বতৰা লৈ ধৰালৈ আগমণ ঘটিছে ঋতু ৰাণী শৰতৰ। শাৰদীয় উৎৱৰ এই বতৰক অধিক প্ৰাণৱন্ত কৰি তুলিলে দেৱী দুৰ্গাৰ আগমণে। আজি মহালয়া। শক্তিৰূপিণী মা দুৰ্গা ধৰাৰ বুকলৈ নামিছে। দুষ্টক দমন কৰি দুৰ্গতসকলৰ ত্ৰাণকৰ্তা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা এইবাৰ দুলাত আহিছে মৰ্ত্যলৈ। হিন্দু পৌৰাণিক কাহিনী অনুসৰি বিশ্বাস কৰা হয়, আজিৰ দিনটোতে

মহালয়া উপলক্ষে শিলচৰত লোকে লোকাৰণ্য পৰিবেশ…

মহালয়া উপলক্ষে শিলচৰত লোকে লোকাৰণ্য পৰিবেশ…

আজি পবিত্ৰ মহালয়া। পিতৃ পক্ষৰ অন্ত আৰু দেৱীৰ পক্ষৰ সূচনা হোৱাৰ দিনাই কৈলাশৰ পৰা মৰ্ত্যলৈ নামিছে দুৰ্গতি নাশিনী মা দুৰ্গা। মহালয়াৰ পুৱা চণ্ডীপাঠৰ জৰিয়তে দেৱী দুৰ্গাক ধৰালৈ আমন্ত্ৰণ জনোৱা হয়। কথিত আছে যে, আজিৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে অসুৰ মহিষাসুৰক বধ কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল। মহালয়া উপলক্ষে আজি

দেশৰ ১৪খন বানপীড়িত ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক অনুদান, অসমৰ বাবে ৭১৬ কোটি টকা

দেশৰ ১৪খন বানপীড়িত ৰাজ্যলৈ কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক অনুদান, অসমৰ বাবে ৭১৬ কোটি টকা

কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে দেশৰ ১৪খন বানপীড়িত ৰাজ্যলৈ আৰ্থিক অনুদান মোকলাই দিয়াৰ কথা মঙলবাৰে ঘোষণা কৰিছে। ইয়াৰ ভিতৰত অসমৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭১৬ কোটি টকাৰ আৰ্থিক অনুদান মোকলাই দিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় দুৰ্যোগ সাহাৰ্য পুঁজিৰ পৰা ১৪খন ৰাজ্যৰ বাবে সৰ্বমুঠ ৫,৮৫৮.৬০ কোটি টকা ধন মোকলাই দিছে কেন্দ্ৰীয় চৰকাৰে। এই অনুসৰি

ঋণ লোৱাৰ ক্ষেত্রত ৰেকৰ্ড গঢ়িলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে : আপ নেত্ৰী পুনম গগৈ

ঋণ লোৱাৰ ক্ষেত্রত ৰেকৰ্ড গঢ়িলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে : আপ নেত্ৰী পুনম গগৈ

“ঋণৰ ওপৰতে ঋণ লৈ ৰাজ্যখনক অৰ্থনৈতিকভাৱে নিশকতীয়া কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ! ৰাজ্যৰ বিৰোধী দল, অৰাজনৈতিক সংগঠন তথা বৌদ্ধিক মহলৰ সমালোচনাৰ পাছতো অব্যাহত আছে চৰকাৰখনৰ ঋণৰ ওপৰত ঋণ লোৱাৰ প্ৰক্ৰিয়া । যেন ঋণৰ ওপৰতে বৰ্তি আছে চৰকাৰখন । প্রতি মাহেই হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা মুখ্যমন্ত্ৰী

গোবিন্দপুৰ চাহ বাগিছাত যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি…

গোবিন্দপুৰ চাহ বাগিছাত যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি…

মহালয়াৰ পুৱাই তিতাবৰৰ গোবিন্দপুৰ চাহ বাগিছাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। এগৰাতী যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি সংঘটিত হয় এই উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা মতে বাগিছাখনৰ ৩০ বছৰীয়া যুৱতী ললিতা পাইক পুৱতি নিশা পুখুৰীৰ পৰা পানী তুলিবলৈ গৈ মৃত্যু হয়। অভিযোগ অনুসৰি প্ৰথম অৱস্থাত তেওঁক গোবিন্দপুৰৰ বাগিছাখনৰ হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও