Category: Top News

গুৱাহাটীৰ ৰাজপথত ফুটগধূলিতে যুৱতীক ধৰ্ষণৰ অপচেষ্টা শ্ৰমিকৰ…

গুৱাহাটীৰ ৰাজপথত ফুটগধূলিতে যুৱতীক ধৰ্ষণৰ অপচেষ্টা শ্ৰমিকৰ…

উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰ মুখ স্বৰূপ গুৱাহাটী মহানগৰীত মুঠেই সুৰক্ষিত নহয় যুৱতী মহিলা। গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হল এক চাঞ্চল্যকৰ ঘটনা। মঙলবাৰে সন্ধিয়া এগৰাকী কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণৰ অপচেষ্টা চলালে অট্টালিকাত কাম কৰা কেইজনমান শ্ৰমিকে। শ্ৰমিককেইটাই ৰাজপথতেই কিশোৰীগৰাকীক টানি-আজুৰি ধৰ্ষণৰ চেষ্টা চলায়। অৱশ্য়ে ৰাইজৰ তৎপৰতাত কিশোৰীগৰাকী নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে। এই

বৰাজুলি গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ/তিনিটা বাসগৃহ ভাঙি তহিলঙ

বৰাজুলি গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ/তিনিটা বাসগৃহ ভাঙি তহিলঙ

বিহালীত বনৰীয়া হাতীৰ উপদ্ৰৱ নতুন কথা নহয়।বিগত 15/20বছৰ ধৰি বিহালীৰ বিভিন্ন স্থানত বনৰীয়া হাতীয়ে উপদ্ৰৱ কৰি আহিছে। এইবাৰো বিহালীৰ বিভিন্ন স্থানত পকাধান খাই আৰু মহতিয়াই অনিষ্ট সাধন কৰিছে। প্ৰত্যেক নিশাই বিহালী বন্যপ্ৰাণী অভয়াৰণ্য আৰু কাজিৰঙা ষষ্ঠ সৎযোজনৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে খেতি পথাৰ অনিষ্ট কৰে।যোৱা নিশা বৰাজুলি গাৱত এটা

বুধবাৰে ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ…

বুধবাৰে ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ…

বুধবাৰে লোকসেৱা ভৱনত প্রথমখন ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সংবাদমেলযোগে মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ কেইবাটাও ঘোষণা কৰে। ঘোষণাসমূহ – 🔷 শিক্ষা বিভাগৰ দুটাকৈ বঁটাৰ দিন ঘোষণা 🔷 ২৯ নৱেম্বৰত প্রদান কৰা হ’ব আনন্দৰাম বৰুৱা বঁটা 🔷 ২৭,১৮৩গৰাকীক প্রদান কৰা হ’ব আনন্দৰাম বৰুৱা বঁটা 🔷 DBT প্রক্রিয়াৰে প্রদান কৰা

গুৱাহাটীত ৰিক্সাতে চালকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটীত ৰিক্সাতে চালকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ ভঙাগড় থানাৰ অন্তৰ্গত দীনেশ ওজা পথত বৃহস্পতিবাৰে পুৱাৰ ভাগত এজন যুৱকৰ মৃতদেহ ৰিক্সাৰ ওপৰত উদ্ধাৰ হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ মহানগৰীৰ ভঙাগড়ৰ দীনেশ ওজা পথত ৰিক্সাৰ ওপৰত মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ভঙাগড় থানাৰ আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে

অন্ধ্ৰ প্ৰদেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা!

অন্ধ্ৰ প্ৰদেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা!

আজি পুনৰ এক ভয়াৱহ ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে দেশ। আজি সন্ধিয়া অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰ জিলাত দুখন যাত্ৰীবাহী ৰে’লৰ মুখামুখি সংঘৰ্ষত কমেও ৬ জন লোক নিহত হোৱাৰ লগতে ২০ জনৰো অধিক লোক আহত হয়। দেওবাৰে সন্ধিয়া বিজয়নগৰ জিলাত সংঘটিত হোৱা দুৰ্ঘটনাটোত বিশাখাপট্টনমৰ পৰা ৰায়গড় অভিমুখে গৈ থকা এখন যাত্ৰীবাহী ৰে’ল ৰেলপথৰ