Category: Top News

গুৱাহাটীত ৮ মাহত সংঘটিত অপৰাধৰ সংখ্যা ২,৬৭৭ …

গুৱাহাটীত ৮ মাহত সংঘটিত অপৰাধৰ সংখ্যা ২,৬৭৭ …

নিৰাপত্তাহীনতাত ৰাজ্যৰ মহিলা যুৱতী। আজিৰে পৰা আৰম্ভ হোৱা শৰৎকালীন বিধানসভাৰ অধিবেশনত এই তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সদনক জনায় যে ২০১৬ বৰ্ষৰ পৰা ২০২৩ বৰ্ষৰ ৩০ আগষ্ট পৰ্যন্ত ৰাজ্যত ১৩,২১০ টা ধৰ্ষণৰ ঘটনা

এইবাৰ ১৮ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা…

এইবাৰ ১৮ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা…

বিশ্বকৰ্মা হৈছে স্থাপত্যৰ দেৱতা । বিশ্বব্ৰহ্মাণ্ডৰ স্থপতিবিদ বিশ্বকৰ্মাৰ জন্মদিনৰ প্ৰতি সমৰ্পিত হিন্দুসকলৰ এয়া এক উৎসৱ । পূৰ্বৰ প্ৰায়বোৰ বছৰবোৰত ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ আহিছিল বিশ্বকৰ্মা পূজা। ভাদ মাহৰ সংক্ৰান্তিত বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰাৰ নিয়ম চলি আহিছে। পিছে এইবাৰ ১৭ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হব বিশ্বকৰ্মা পূজা। ভগৱান বিশ্বকৰ্মাৰ

এপলে মুকলি কৰিছে আইফোন ১৫; মূল্য প্ৰায় ৬৬,২৩০ টকাৰ পৰা আৰম্ভ

এপলে মুকলি কৰিছে আইফোন ১৫; মূল্য প্ৰায় ৬৬,২৩০ টকাৰ পৰা আৰম্ভ

এপলে মুকলি কৰিছে আইফোন ১৫। ইয়াৰ কেমেৰা ৪৮ মেগাপিক্সেল। আইফোন ১৫ প্লাছৰ ‘ফাইণ্ড মাই’ ফিচাৰে ১৪খন দেশত কাম কৰিব আৰু ই চেলুলাৰ সেৱা অবিহনে কাম কৰিব পাৰিব। ইয়াত থাকিব টাইপ-চি ইউএছবি চাৰ্জিং প’ৰ্ট। আইফোন ১৫ৰ ১২৮ জিবি ভেৰিয়েন্টৰ মূল্য প্ৰায় ৬৬,২৩০ টকা আৰু আইফোন ১৫ প্লাছৰ ১২৮ জিবি ভেৰিয়েন্টৰ মূল্য

ৰহস্য ফাদিল। দুৰ্ঘটনা নহয়, হত্যা কৰা হৈছিল মেহেকক

ৰহস্য ফাদিল। দুৰ্ঘটনা নহয়, হত্যা কৰা হৈছিল মেহেকক

🔴 ৰহস্য ফাদিল। দুৰ্ঘটনা নহয়, হত্যা কৰা হৈছিল মেহেকক। 🔴 নিশাৰ পৰা পুৱতি নিশালৈ ক’ত আছিল হত্যাকাৰী আজিজ? আজিজ আহমেদ আৰু মেহেকে ক’ত পাৰ্টী কৰিছিল?