Category: Top News

২৭ ফেব্ৰুৱাৰীত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বিয়া; সৰুপথাৰ টেঙাহোলাৰ  নিজ গৃহতেই অনুষ্ঠিত হ’ব বিবাহ আৰু অভ্যৰ্থনা।

২৭ ফেব্ৰুৱাৰীত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বিয়া; সৰুপথাৰ টেঙাহোলাৰ নিজ গৃহতেই অনুষ্ঠিত হ’ব বিবাহ আৰু অভ্যৰ্থনা।

সৰুপথাৰ টেঙাহোলাৰ  নিজ গৃহতেই অনুষ্ঠিত হ’ব বিবাহ আৰু অভ্যৰ্থনা। কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বিয়া। মাজত মাথোঁ আৰু এটা দিন বিয়ালৈ। ২৭ ফেব্ৰুৱাৰীত যুগ্ম জীৱনৰ পাতনি মেলিব আচুৰ্যই। দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ পাণি গ্ৰহণ কৰিব জনপ্ৰিয় কণ্ঠশিল্পীজনে। ডিচেম্বৰত হৈছিল আচুৰ্য আৰু মিনাক্ষীৰ এংগেজমেণ্ট। আৰু অৱশেষত পালেহি বিয়াৰ দিন। ২৭ ফেব্ৰুৱাৰীত বিয়াৰ পিছত ২

আচুৰ্য আৰু মিনাক্ষীৰ পালেহি বিয়াৰ দিন!

আচুৰ্য আৰু মিনাক্ষীৰ পালেহি বিয়াৰ দিন!

কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বিয়া। মাজত মাথোঁ আৰু এটা দিন বিয়ালৈ। ২৭ ফেব্ৰুৱাৰীত যুগ্ম জীৱনৰ পাতনি মেলিব আচুৰ্যই। দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ পাণি গ্ৰহণ কৰিব জনপ্ৰিয় কণ্ঠশিল্পীজনে। ডিচেম্বৰত হৈছিল আচুৰ্য আৰু মিনাক্ষীৰ এংগেজমেণ্ট। আৰু অৱশেষত পালেহি বিয়াৰ দিন। ২৭ ফেব্ৰুৱাৰীত বিয়াৰ পিছত ২ মাৰ্চত আচুৰ্যৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান। গোলাঘাটৰ সৰুপথাৰৰ নিজ বাসভৱনত

ঋতুস্ৰাৱৰ সময়ত কাৰ্যালয়ত ছুটীৰ নীতি নিৰ্ধাৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ঋতুস্ৰাৱৰ সময়ত কাৰ্যালয়ত ছুটীৰ নীতি নিৰ্ধাৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ঋতুস্ৰাৱৰ সময়ত ছুটী বিচৰা শ্ৰমিক মহিলা আৰু ছাত্ৰ-ছাত্ৰীয়ে দাখিল কৰা জনস্বাৰ্থৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কোনো নিৰ্দিষ্ট সিদ্ধান্ত নিদিলে। অৱশ্যে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে প্ৰতিখন ৰাজ্য চৰকাৰক ছুটী সন্দৰ্ভত কিছুমান নিয়মৰ খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বৰ এখন বিচাৰপীঠে কয় যে এই বিষয়ত আইন প্ৰণয়নে