Union Minister Sarbananda Sonowal on Monday was elected to the Rajya Sabha from Assam. Expressing his gratitude towards people, Sonowal tweeted, “With the blessings of the people of Assam, I have been elected to the Rajya Sabha from Assam.” He also thanked Prime Minister Narendra Modi, BJP National President JP
Category: Top News
১৯৪২ চনৰ জাতীয় শ্বহীদ দয়াল দাস পাণিকা দেৱৰ ৭৯ সংখ্যক শ্বহীদ দিৱস উদযাপন সদৌ অসম পাণিকা সমাজ ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বাহিপুখুৰী চাহ বাগিচাৰ উপ শাখাৰ সহযোগত | উক্ত কাৰ্য্যসূচীত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ দয়াল দাস পাণিকাৰ নাতি বোৱাৰী শ্ৰীমতী মালতী পাণিকা, সন্দিয়া কাৰ্য্যসূচীত বন্তি প্ৰজ্বলন
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই “জনজাতীয় বিশ্বাস আৰু সংস্কৃতি” শীৰ্ষক এটা নতুন বিভাগৰ জৰিয়তে জনজাতীয় লোকসকলৰ ভাষা-সংস্কৃতি, পৰম্পৰাগত খাদ্য, সাজ-পোছাক, আদিৰ সংৰক্ষণ তথা সম্প্ৰসাৰণৰ বাবে লোৱা পদক্ষেপক অনুসৰি অসম বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত সমগ্ৰ অসমতে সিচৰিত হৈ থকা ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয় নেতা তথা বয়োজেষ্ঠ ব্যক্তি সকলক সাক্ষাৎ কৰি কলা- সংস্কৃতি সংৰক্ষণৰ
দীৰ্ঘদিনৰ পিছত খুলিছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ । কিয়নো সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া । ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে কলিয়াবৰৰ চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰে বিদ্যালয়সমূহত আৰম্ভ হৈছে পাঠদান ৷ সম্পূৰ্ণ ক’ভিড বিধি মানি শিক্ষানুষ্ঠানত ইতিমধ্যে আৰম্ভ কৰা হৈছে পাঠদান । দীৰ্ঘদিনে অতিমাৰী ক’ভিড-১৯ ৰ সংক্ৰমণৰ বাবে বন্ধ
নৱেম্বৰৰ মাজভাগৰ পৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে(Central Board of Secondary Education) দশম আৰু দ্বাদশ শ্ৰেণীৰ দুটা Termৰ পৰীক্ষাৰ Term 1 পৰীক্ষা অনুষ্ঠিত কৰিব ৷ অক্টোবৰৰ প্ৰায় মাজভাগত পৰিষদে পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিব বুলি আশা কৰা হৈছে ৷ 90 মিনিট জুৰি চলিবলগীয়া এই পৰীক্ষা অফলাইনত অনুষ্ঠিত হ’ব আৰু শিক্ষাৰ্থীসকল নিৰ্দিষ্ট