Category: Top News

ৰাজ্যত শিক্ষানুষ্ঠান খোলাৰ নতুন SOP: ২ শতাংশ আক্রান্ত হ’লেই বন্ধ হ’ব শিক্ষা প্রতিষ্ঠান

ৰাজ্যত শিক্ষানুষ্ঠান খোলাৰ নতুন SOP: ২ শতাংশ আক্রান্ত হ’লেই বন্ধ হ’ব শিক্ষা প্রতিষ্ঠান

ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে অহা ৬ ছেপ্ঢেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পর্যায়ক্রমে খুলিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ ক্ষেত্রত কেতবোৰ নীতি–নির্দেশনা প্রদান কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে৷ এই নতুন পৰিপূৰক এছ অ’ পি অনুসৰি যিসমূহ জিলাত ক’ভিড আক্রান্তৰ হাৰ ০২ শতাংশৰ তললৈ হ্রাস পাইছে, সেই জিলাসমূহত

৬ ছেপ্টেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠান; স্নাতকোত্তৰ–স্নাতক মাধ্যমিক চূড়ান্ত বর্ষ

৬ ছেপ্টেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠান; স্নাতকোত্তৰ–স্নাতক মাধ্যমিক চূড়ান্ত বর্ষ

ক’ভিডসৃষ্ট জটিল পৰিস্থিতিত দীর্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ আজিৰে পৰা কার্যকৰী হোৱাকৈ জাৰি কৰা এছ অ’ পিযোগে স্নাতকোত্তৰ বা সমপর্যায়ৰ পাঠ্যক্রম, স্নাতক বা সমপর্যায়ৰ পাঠ্যক্রম আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ ক্ষেত্রত শ্রেণীকোঠাত পাঠদানপর্ব মুকলিত অনুমতি প্রদান কৰা হৈছে৷ একেদৰে নার্ছিং পাঠ্যক্রম আৰু