নৱেম্বৰৰ মাজভাগত CBSEয়ে অনুষ্ঠিত কৰিব Term 1 পৰীক্ষা

1 min read

 

নৱেম্বৰৰ মাজভাগৰ পৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে(Central Board of Secondary Education) দশম আৰু দ্বাদশ শ্ৰেণীৰ দুটা Termৰ পৰীক্ষাৰ Term 1 পৰীক্ষা অনুষ্ঠিত কৰিব ৷ অক্টোবৰৰ প্ৰায় মাজভাগত পৰিষদে পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিব বুলি আশা কৰা হৈছে ৷

উল্লেখ্য যে, ক’ভিডসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি CBSEয়ে দেশৰ ভিন্ন প্ৰান্তত তথা বিদেশত অৱস্থিত বিদ্যালয়সমূহত চাৰিৰ পৰা আঠ মাহৰ ভিতৰত সৈতে এক নমনীয় অনুসূচীত Term 1 পৰীক্ষা অনুষ্ঠিত কৰিব ৷

দ্বিতীয় Termৰ পৰীক্ষা মাৰ্চ-এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু ইয়াত বিষয়নিষ্ঠ প্ৰকাৰৰ প্ৰশ্ন আৰু ব্যৱহাৰিক উপাদান অন্তৰ্ভুক্ত থাকিব ৷ দুয়োটা ক্ষেত্ৰতে তেওঁৰ সম্মিলিত প্ৰদৰ্শনৰ ওপৰত আধাৰ কৰি এজন শিক্ষাৰ্থীৰ চূড়ান্ত নম্বৰ নিৰ্ধাৰণ কৰা হ’ব বুলি CBSEয়ে জানিবলৈ দিছে ৷

You May Also Like

More From Author