ক’ভিড পৰিস্থিতিত বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ 2021-22 শৈক্ষিক বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰম 40 শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) য়ে ৷ ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে এক জাননীযোগে এই ঘোষণা কৰিছে
Category: Top News
ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে অহা ৬ ছেপ্ঢেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পর্যায়ক্রমে খুলিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ ক্ষেত্রত কেতবোৰ নীতি–নির্দেশনা প্রদান কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে৷ এই নতুন পৰিপূৰক এছ অ’ পি অনুসৰি যিসমূহ জিলাত ক’ভিড আক্রান্তৰ হাৰ ০২ শতাংশৰ তললৈ হ্রাস পাইছে, সেই জিলাসমূহত
The Centre is set to sign a tripartite “Karbi Peace Accord” on Saturday and the agreement is expected to be signed in presence of the Union Home Minister Amit Shah, the Assam Chief Minister Himanta Biswa Sarma and the representatives of Karbi outfits here in the national capital, sources said.
In recent times, girls have been unstoppable in every sector of life and also people across our country are now more into a sustainable lifestyle reusing and recycling of products. Meanwhile, a girl from Assam’s Karimganj district named Pollabi Debroy, is going viral on the internet and people have been
ক’ভিডসৃষ্ট জটিল পৰিস্থিতিত দীর্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ আজিৰে পৰা কার্যকৰী হোৱাকৈ জাৰি কৰা এছ অ’ পিযোগে স্নাতকোত্তৰ বা সমপর্যায়ৰ পাঠ্যক্রম, স্নাতক বা সমপর্যায়ৰ পাঠ্যক্রম আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ ক্ষেত্রত শ্রেণীকোঠাত পাঠদানপর্ব মুকলিত অনুমতি প্রদান কৰা হৈছে৷ একেদৰে নার্ছিং পাঠ্যক্রম আৰু