Category: Top News

লাহৰিঘাট শান্তিপুৰত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত

লাহৰিঘাট শান্তিপুৰত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত

মৰিগাঁও জিলাৰ লাহৰীঘাটত নাৰী দেহ ব্যৱসায় উৎখাত কৰিলে স্হানীয় ৰাইজে। লাহৰীঘাটৰ শান্তিপুৰৰ পৰা ৰাইজৰ সহযোগত লাহৰীঘাট আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত দুজনকৈ ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে,লাহৰীঘাটৰ শান্তিপুৰৰ ইক্ৰামুল হুছেইন নামৰ এজন ব্যক্তিয়ে নিজ গৃহত এই দীৰ্ঘদিন ধৰি দেহ ব্যৱসায় চলাই আহিছিল বুলি স্থানীয় ৰাইজৰ অভিযোগ। যোৱা ২০

ভুৱা কৃষকৰ নামত শ শ কোটি টকা আত্মসাৎ কৰা ঘটনাকলৈ সৰৱ অজিত কুমাৰ ভূঞা

ভুৱা কৃষকৰ নামত শ শ কোটি টকা আত্মসাৎ কৰা ঘটনাকলৈ সৰৱ অজিত কুমাৰ ভূঞা

বিজেপিৰ শাসনত এতিয়া অসমত একপ্ৰকাৰ ডকাইতিৰাজ চলিছে । চৰকাৰখনত কেউফালে সমন্বয়হীন অৱস্থা, ব্যাপক দুৰ্নীতি আৰু মুখ্যমন্ত্ৰী তথা মন্ত্ৰীসকলৰ খেয়াল-খুচি মতে অসমত ৰাজ-শাসন চলিছে । সাধাৰণ মানুহৰ অৱস্থা দিনকদিনে অচল হ’বলৈ ধৰিছে । এই অভিযোগ ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাৰ । দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন

অসমীয়া জীয়ৰী–বোৱাৰীৰ লজ্জাক বিক্রী কৰি বিদেশত পর্ন’গ্রাফীৰ বেহা

অসমীয়া জীয়ৰী–বোৱাৰীৰ লজ্জাক বিক্রী কৰি বিদেশত পর্ন’গ্রাফীৰ বেহা

অসমত ভয়ানক হাৰত সংঘটিত হ’ব ধৰিছে চাইবাৰ অপৰাধ৷ মুম্বাইৰ ৰাজ কুন্দ্রাৰ অপৰাধৰ কাহিনীতকৈও শিহৰণকাৰী ঘটনা এইখন অসমৰ তেজপুৰতেই সংঘটিত হৈছে৷ চাইবাৰ অপৰাধীয়ে সামাজিক মাধ্যমৰ জৰিয়তে জালত পেলাই অসমীয়া জীয়ৰী–বোৱাৰীৰ লজ্জাক বিক্রী কৰিছে বিদেশত৷ তেজপুৰৰ পৰা আফ্রিকা, আমেৰিকাৰ ফোন নম্বৰ আৰু বিভিন্ন নেটৱর্কিং ছাইট ব্যৱহাৰ কৰি তেজপুৰৰ যুৱকে দীর্ঘদিন ধৰি পর্নগ্রাফীৰ

গুৱাহাটী প্রেছ ক্লাবত ভেকচিন শিবিৰ

গুৱাহাটী প্রেছ ক্লাবত ভেকচিন শিবিৰ

অহা ২২–২৩ আগষ্টত গুৱাহাটী প্রেছ ক্লাবত দুদিনীয়া কার্যসূচীৰে ক’ভিড ভেকচিন ক’ভিছিল্ডৰ দ্বিতীয় পালি প্রতিষেধক শিবিৰৰ আয়োজন কৰা হৈছে৷ গুৱাহাটী প্রেছ ক্লাবত প্রথম পালি প্রতিষেধক গ্রহণ কৰা সদস্যসকলে ল’ব পাৰিব দ্বিতীয় পালি প্রতিষেধক৷ মাত্র দুদিনীয়াকৈ আয়োজিত হ’বলগীয়া প্রতিষেধক শিবিৰত পূর্বে কোনো পঞ্জীয়নৰ ব্যৱস্থা কৰা নহ’ব৷ প্রতিষেধক ল’বলৈ অহা সতীর্থসকলে নির্ধাৰিত দিনটোত

দুই ছাত্রীক ঘপিয়াই হত্যাৰ চেষ্টা যুৱকৰ

দুই ছাত্রীক ঘপিয়াই হত্যাৰ চেষ্টা যুৱকৰ

এক লোমহর্ষক জঘন্য কাণ্ডই শনিবাৰে জোকাৰি গৈছে ধেমাজি নগৰ৷ হাতত উদ্যত দা লৈ ধেমাজি নগৰৰ মাজমজিয়াত দিন–দুপৰতে এজন উন্মাদ যুৱকে দুই ছাত্রীক উপর্যুপৰি ঘপিয়াই হত্যাৰ চেষ্টা কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ ধেমাজি সদৰ থানাৰ পৰা প্রায় এশ মিটাৰ দূৰত্বৰ এ এছ টি চি বাছ আস্থানৰ সমীপৰ ড্রাগ হাউছ নামৰ ফার্মাচীখনৰ