Category: Top News

Situation Tense in Mizoram-Assam Border

Situation Tense in Mizoram-Assam Border

Tension has flared up at the Assam-Mizoram border yet again with both the states blaming each other over a firing incident that is said to have left three persons injured in Hailakandi district of Assam early on Tuesday. The incident comes around three weeks after the bloodbath in Cachar district

নলবাৰীৰ ১৯ বছৰীয়া যুৱতী নাৰী সৰবৰাহকাৰী চক্ৰৰ কৱলত

নলবাৰীৰ ১৯ বছৰীয়া যুৱতী নাৰী সৰবৰাহকাৰী চক্ৰৰ কৱলত

নলবাৰী জিলাৰ দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত ২নং কাপলাবড়িৰ এগৰাকী ১৯ বছৰীয়া যুৱতী নাৰী সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰি সম্প্ৰতি ৰাজস্থানত অসহায় জীৱন অতিবাহিত কৰিছে বুলি জানিব পৰা গৈছে ৷ এইকথা আজি সদৰী কৰিছে অসহায় যুৱতী গৰাকীৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে ৷ অসহায় যুৱতী গৰাকীক ৰাজস্থানৰ পৰিয়াল এটিত ১ লাখ ৮০ হেজাৰ টকাত বিক্ৰী

মুকালমুৱাৰ তিনিগৰাকীকৈ ছাত্ৰী গুৱাহাটী উদ্ধাৰ; দেহ ব্যৱসায়ী নাইবা মানৱ অংগৰ সৰবৰাহ কাৰীৰ হাতত পৰাৰ সন্দেহ

মুকালমুৱাৰ তিনিগৰাকীকৈ ছাত্ৰী গুৱাহাটী উদ্ধাৰ; দেহ ব্যৱসায়ী নাইবা মানৱ অংগৰ সৰবৰাহ কাৰীৰ হাতত পৰাৰ সন্দেহ

#ৰামপুৰ জনতা হাইস্কুলৰ তিনিগৰাকী ছাত্ৰীক আন দুগৰাকী ছাত্ৰীয়ে লৈ গৈ থৈ আহিছিল গুৱাহাটীত। #ৰাতি দৌলাশাল আৰক্ষীয়ে পাণ্ডু সদিলাপুৰৰ পৰা উদ্ধাৰ কৰে তিনি গৰাকী ছাত্ৰীক। #যোৱাকালি নিজ বিদ্যালয় জনতা হাইস্কুল ৰামপুৰলৈ আহি ঘৰলৈ ঘূৰি নযোৱাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল দৌলাশাল আৰক্ষী চকীত। #ঘৰত অত্যাচাৰ কৰা বুলি কৈ আশ্ৰয় লৈছিল তিনিওগৰাকী

শিলত ছবি আঁকি ৰেকৰ্ড শিৱসাগৰৰ এলিভা বুঢ়াগোঁহাইৰ

শিলত ছবি আঁকি ৰেকৰ্ড শিৱসাগৰৰ এলিভা বুঢ়াগোঁহাইৰ

 শিলত চিত্ৰ অংকন কৰি উজলিছে অসমৰ এগৰাকী যুৱতী । আহোম যুগৰ কীৰ্তিচিহ্ন অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত (India book of records) নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে যুৱতীগৰাকী । যুৱতীগৰাকী হৈছে শিৱসাগৰৰ চেৰেকাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত হাঁহচৰা লংকাক গোঁহাই গাঁৱৰ এলিভা বুঢ়াগোঁহাই । এটা ৮ ছে:মি: দৈৰ্ঘ্যৰ শিলত চাৰিটাকৈ আহোম

গুৱাহাটী ৰে’ল ষ্টেচনত বার্মিজ চুপাৰি, ইলাচি জব্দ

গুৱাহাটী ৰে’ল ষ্টেচনত বার্মিজ চুপাৰি, ইলাচি জব্দ

অসম আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতো পুনৰ সক্রিয় হৈ উঠিছে আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্র৷ এই চক্রটোৱে ম্যানমাৰৰ পৰা গুৱাহাটীৰ মাজেৰে ন ন কৌশলেৰে ড্রাগ্ছ, সোণ, চুপাৰি, ইলাচি সৰবৰাহ অব্যাহত ৰাখিছে৷ দুদিন পূর্বে গুৱাহাটীত ১.৭৭ কোটি টকা মূল্যৰ চোৰাং সোণসহ মহাৰাষ্ট্রৰ এটা সৰবৰাহকাৰী শুল্ক বিভাগে গ্রেপ্তাৰ কৰাৰ পিছত আজি ৰে’ল আৰক্ষী, শুল্ক