অ এন জি চিৰ তিনি বিষয়াৰ অপহৰণত সহযোগিতা থকাৰ অভিযোগত আজি ডিব্ৰুগড়ত এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ডিব্ৰুগড়ৰ পৰা ধিৰাজ চেতিয়া নামৰ এজনক অ এন জি চিৰ তিনি বিষয়া অপহৰণত আলফাক সহায় কৰা অভিযোগত ডিব্ৰুগড় আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হয়।ডিব্ৰুগড়ৰ বাণীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ধিৰাজক। অপহৰণ কাণ্ডটোত ব্যৱহৃত বাইক আলফা
Category: Top News
GUWAHATI: In an operation on Friday night, the Indian Army along with Assam Rifles troops rescued two abductees in the general area of Mon in Nagaland. Operations are still in progress. The two rescued abductees are Alakesh Saikia and Mohini Mohan Gogoi. ” The Army and Assam Rifles team also
ক’ৰোনা মহামাৰীৰ দ্রুত সংক্রমণে ক্রমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পাছতো সজাগ হোৱা নাই একাংশ লোক৷ নিতৌ ক’ৰোনাত আক্রান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ পাছতো ক’ভিড প্রট’কল উলংঘা কৰি একাংশ লোকে জনসমাগম সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্রান্তৰ লগতে ফাঁচীবজাৰতো সামাজিক দূৰত্ব উলংঘাৰে একাংশ লোকে মুকলিভাৱে ঘূৰি ফুৰিছে৷ চৰকাৰ–প্রশাসনে ক’ৰোনা
সমগ্র্র দেশৰ লগতে অসমতো ক’ভিডৰ সংক্রমণে ভয়ানক ৰূপ ধাৰণ কৰিছে৷ বুধবাৰৰ দিনটোত ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ ৫গৰাকী লোক মৃত্যুমুখত পৰাৰ লগতে নতুনকৈ ১,৬৬৫গৰাকী লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি বুধবাৰৰ দিনটোত ৰাজ্যখনত ৫গৰাকী ক’ভিড ৰোগী মৃত্যুমুখত পৰে৷ ইয়াৰে দুগৰাকী ডিব্রুগড় জিলাৰ আৰু এগৰাকীকৈ বৰপেটা,
ৰাজ্যত ক’ভিডৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰিছে৷ ক’ভিডৰ আগ্রাসী ৰূপে ৰাজ্যত জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ এনে আতংকময় পৰিস্থিতিৰ মাজতে কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে বিভিন্ন বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰাত তীব্র বিৰোধিতা কৰিছে বিশ্ববিদ্যালয় দুখনৰ শিক্ষার্থীসকলে৷ বিশেষকৈ কটন বিশ্ববিদ্যালয়ে অহা ২৩ এপ্রিলৰ পৰা স্নাতক প্রথম বর্ষৰ প্রথম ষাণ্মাসিকৰ