হয়, নামত ঠিকেই আছে পিছে কামত হ’লে নাই পুৱ নলবাৰী উন্নয়ন খণ্ডৰ অধিনৰ ৭ নং পূৱ বাহঁজানী গাঁও পঞ্চায়তৰ অধিনৰ বালা– মুগকুছি চ’কত ষ্ট্ৰীট লাইট আছে কিন্তু নজ্বলে । স্থাপন কৰাৰ পিচত দুদিনমান জ্বলিল যদিও বিগত প্ৰায় এবছৰ ধৰি জ্বলা নাই এই লাইট কেইটা । ফলত গোটেই নিশা সমগ্র চ’কটো
Category: Top News
ৰাজ্যত এতিয়া গ্ৰাম্য পথৰ মৃত্যু ঘণ্টা বাজিছে এয়াই যে সত্য । নলবাৰী জিলাৰ পূৱ নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৭ নং পূৱ বাহঁজানীৰ হাজো — নলবাৰী মুল পথৰ পৰা বালা — মুগকুছি নামঘৰ হৈ ৭ নং পূৱ বাঁহজানী গাঁও পঞ্চয়তৰ প্ৰাক্তন সভাপতিদ্বয় ভৰত বৈশ্য আৰু নলিনী কান্ত শীলৰ ঘৰৰ সন্মুখৰে কুটীৰ
মঙলদৈ ,৯ মে’ : দৰং জিলাৰ আইন শিক্ষাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান মঙলদৈ আইন মহাবিদ্যালয় খনৰ কৰ্মৰত অধ্যক্ষ গৰাকীৰ অধ্যক্ষ পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা নথকাৰ এক গুৰুতৰ অভিযোগ উথ্বাপন কৰিছে আন্ত:মঙলদৈ ছাত্ৰ সন্থা আৰু সদৌ দৰং জিলা ছাত্ৰ সন্থাই । এই উপলক্ষে বুধবাৰে বিয়লি মঙলদৈ প্ৰেছ ক্লাৱত ছাত্ৰ সংগঠন দুটাই
নগাঁৱত IPL জুৱাৰ বুকীক গ্ৰেপ্তাৰ । ধৃত বুকীটোৰ নাম বিজু ঘোষ । ১ লাখ ২৪ হাজাৰ টকাও জব্দ । হয়বৰগাঁৱৰ শান্তিপুৰৰ জনৈক সূত্ৰধৰৰ ঘৰত অভিযান চলাই নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বুকীটোক । দুজনকৈ লোকৰ পলায়ন । DSP মানস শইকীয়াৰ নেতৃত্বত চলিছিল এই অভিযান ।
মঙলদৈ, ৫ এপ্ৰিল : মঙলদৈ চহৰৰ মাজমজিয়াত থকা ঐতিহাসিক বৰপুখুৰীৰ পূৱ আৰু দক্ষিণ পাৰদুটা কাটি তাত এখন উদ্যান নিৰ্মাণ কৰা হৈছিল যাৰ নাম দিয়া হৈছিল জয়ন্ত হাজৰিকাৰ নামেৰে। বিধায়ক উন্নয়ন পূজিৰ ১৭ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উদ্যান খনৰ দুটা দিশত পুখুৰীৰ ফালে প্ৰাক্ কলন অনুসৰি ১.২ লাখ