Category: Top News

মঙলদৈ টেঙাবাৰীত অঘটন । বেগা নদীৰ কোবাল সোঁতত উটি  গল এজন ব্যক্তি ।

মঙলদৈ টেঙাবাৰীত অঘটন । বেগা নদীৰ কোবাল সোঁতত উটি গল এজন ব্যক্তি ।

মঙলদৈ টেঙাবাৰীত অঘটন । বেগা নদীৰ কোবাল সোঁতত উটি গল এজন ব্যক্তি । ভৰা বেগা পাৰ হবলৈ চেষ্টা কৰোঁতে এই অঘটন। ব্যক্তি জনৰ নাম ৰাজু দে (42) ঘটনাস্থলিত উদ্ধাৰকাৰী দল উপস্থিত। বৰ্তমানেও উদ্ধাৰ হোৱা নাই মৃতদেহ। ইতিমধ্যে ব্যক্তি জন মৃত্যু হোৱাৰ আশংকা স্থানিয় লোকৰ । মকছেদ আলিৰ ৰিপট,মঙলদৈ

মঙলদৈত নেৰানেপেৰা বৰষুণত বিস্তৃৰ্ণ অঞ্চল প্লাৱিত || নিৰ্বিকাৰ জলসিঞ্চন বিভাগ

মঙলদৈত নেৰানেপেৰা বৰষুণত বিস্তৃৰ্ণ অঞ্চল প্লাৱিত || নিৰ্বিকাৰ জলসিঞ্চন বিভাগ

বিশেষ সংবাদদাতা,মঙলদৈ ,২ মে : দৰং জিলাৰ মঙলদৈ চহৰৰ নিকটৱৰ্তী নোৱা নদীৰ পূৱ দিশৰ চি এম দও ডোং ৰ মঠাউৰীটো কানাইচুবা আৰু মোল্লাপাৰা গাৱৰ মাজৰ অংশত এবছৰ পূৰ্বেই বানপানীত চিগি গৈছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই যথাসময়ত উক্ত মঠাউৰীটো মেৰামতি কিম্বা পুণৰ নিৰ্মাণ নকৰাৰ ফলস্বৰূপে ভগা অংশৰে নদীখনৰ বাঢ়নী পানী বাহিৰলৈ ওলাই

নগাঁৱৰ ৰূপহীহাটত নাবালিকা ধৰ্ষণৰ অভিযুক্ত আৰক্ষীৰ জালত৷

নগাঁৱৰ ৰূপহীহাটত নাবালিকা ধৰ্ষণৰ অভিযুক্ত আৰক্ষীৰ জালত৷

নগাঁৱৰ ৰূপহীহাটত নাবালিকা ধৰ্ষণৰ অভিযুক্ত আৰক্ষীৰ জালত৷ ১মে’ৰ দিনা এখন পথাৰত এগৰাকী 10বছৰীয়া শিশুৰ ওপৰত চলাইছিল যৌন নিৰ্যাতন৷ শংকৰ মণ্ডল নামৰ লম্পটোৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল৷ জঘন্য কাণ্ডটো সংঘটিত কৰিয়েই পলায়ন কৰিছিল অভিযুক্ত শংকৰ মণ্ডলে৷ ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই হাতীপুখুৰীৰ পৰা গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত শংকৰক। Padum Bhuyan

অবৈধ ভাবে নিৰ্মাণ ১৫লাখ টকীয়া বজাৰ গৃহ। Misuse of MSDP funds

অবৈধ ভাবে নিৰ্মাণ ১৫লাখ টকীয়া বজাৰ গৃহ। Misuse of MSDP funds

বিভাগীয় নীতি নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই ম্যাদী পটা মাটিত নিৰ্মাণ কৰিছে বজাৰ গৃহ।জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জামুগুৰি বজাৰত ২০১৬-১৭বৰ্ষত MSDPআচনিৰ অধীনত বজাৰ গৃহ নিৰ্মানৰ বাবে ১৫লাখ টকা আৱণ্টিত হয়।কিন্তু ৰাজনৈতিক পৃষ্ঠপোষকতাত চৰকাৰী আচনি খন ৰূপায়ন কৰা হয় ইকবাল হুছেইন আৰু জামুগুৰি আঞ্চলিক সমবায়ৰ ম্যাদী মাটিত। ।নিৰ্মান সমিতিৰ সম্পাদক ইকবাল হুছেইনে আৰু

ভাগৱত পাঠ কৰি ৰাইজৰ মন মুহিবলৈ সক্ষম হৈছে জুৰীয়া আৰক্ষী বাহিনীৰ হাবিলদাৰ সুবেন্দ্ৰ ডেকাই |

ভাগৱত পাঠ কৰি ৰাইজৰ মন মুহিবলৈ সক্ষম হৈছে জুৰীয়া আৰক্ষী বাহিনীৰ হাবিলদাৰ সুবেন্দ্ৰ ডেকাই |

অসম আৰক্ষীৰ কৰ্ম্মচাৰী হৈ নিজৰ দায়িত্বৰ লগতে সাংস্কৃতিক দিশটো নিজকে আত্মাপ্ৰকাশ কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে জুৰীয়া আৰক্ষী থানাৰ হাবিলদাৰ সুবেন্দ্ৰ ডেকাই ৷ জুৰীয়া থিয়টাঙনী গাওঁৰ নামঘৰত অনুষ্ঠিত হোৱা ভাগৱত পাঠ অনুষ্ঠানত নিজৰ শুৱলা কন্ঠৰে ভাগৱত পাঠ ও ভাঙনি কৰি গাওঁখনৰ ৰাইজৰ লগতে ওচৰৰ গাওঁ সমুহৰো আদৰৰ হৈ