Category: Top News
আদিনগৰীৰ পিছত এইবাৰ কামাখ্যা মন্দিৰৰ সমীপত নাহৰফুটুকীৰ আতংক। পুনৰ খ্যাদৰ সন্ধানত মানুহৰ ঘৰত প্ৰৱেশ নাহৰফুটুকীৰ। কামাখ্যাৰ পাণ্ডা সুশেন প্ৰসাদৰ ঘৰত নাহৰফুটুকী। নাহৰফুটুকীৰ আক্ৰমণত আহত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত তিনিজনকৈ লোক। আহত তিনি ব্যক্তিক সঞ্জীৱনী হস্পিতাল ভৰ্তি কৰোৱা হয় । নাহৰফুটুকীৰ আক্ৰমণত সঞ্জীৱনী ত ভৰ্তি সুশেন প্ৰসাদ পাণ্ডা, গীতা দেৱী আৰু জয়ন্তী
নগাঁৱত প্ৰদ্যুত বৰদলৈ আৰু ৰূপক শৰ্মাৰ মনোনয়ন পত্ৰ দাখিল । দিত্বীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত নগাঁৱত দুজনকৈ হেভীৱেট প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়া যাদৱ শইকীয়াৰ ওচৰত মনোনয়ন দাখিল কৰা এই প্ৰাৰ্থী দুগৰাকী হৈছে কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈ আৰু বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰূপক
হাজোত লোকসভা নিৰ্বাচনী প্ৰচাৰৰ প্ৰথমখন সভা। কংগ্ৰেছ, বিজেপিক পিছ পেলাই তৃণমূল কংগ্ৰেছৰ গুৱাহাটী লোকসভা সমস্টিৰ প্ৰাৰ্থী মনোজ কুমাৰ শৰ্মাই হাজোৰ ৰামদিয়াত চলালে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী সভাত কংগ্ৰেছ , বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিৰাজ্যিক মুখপাত্ৰ ভৱানী কলিতাই । বিশেষকৈ বিজেপিৰ নাগৰিকত্ব সংশোধনী বিধেয়ক , কংগ্ৰেছৰ ভ্ৰস্টাচাৰ এই দুই বিষয়ত
লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুতৰ্ত নগাঁৱত আৰক্ষীয়ে জব্দ কৰিছে ৩০ কাৰ্টনকৈ বিলাতী সুৰা । নগাঁও সদৰ থানাৰ টাউন ব্ৰাঞ্চৰ আৰক্ষীয়ে শিয়ালমাৰীত অভিযান চলাই এই সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয় । এখন মেক্সিম’ বাহনৰ জৰিয়তে বিলাতী সুৰাখিনি কামপুৰ অভিমুখে লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত