৪৯গৰাকী আৰক্ষী অধীক্ষকক ৰদবদল-পদোন্নতি। কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ভিএছপি গাঞ্জাৱালাক অসম আৰক্ষীৰ পূব মণ্ডলৰ DIGলৈ পদোন্নতি। শোণিতপুৰৰ আৰক্ষী অধীক্ষক পৃথ্বীপাল সিঙক পদোন্নতিসহ DIG(নিৰাপত্তা) পদলৈ বদলি। সত্যজিত হাজৰিকাক BTADৰ DIG পদলৈ পদোন্নতি। ,শ্যামলপ্ৰসাদ শইকীয়াক গৃহৰক্ষী বিভাগৰ DIG পদলৈ, লুইছ আইন্দক DIG(NER) পদলৈ, এম. আই মণ্ডলক দুৰ্নীতি নিবাৰকৰ DIG পদলৈ, আবু ছোফিয়ানক
Category: Top News
কিয় দিছপুৰ আৰক্ষীয়ে মাতি আনিলে আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকাক। আচলতে বিজেপিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচীত আলোচনাপন্থী আলফা জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে তলব কৰিছিল আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকাক। অনুপ চেতিয়াই সংবাদ মাধ্যমক কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলন মষিমূৰ কৰাৰ বাবেই জনজাতিকৰণৰ বিধেয়ক
প্ৰতিবাদৰ ভাষাও হ’ব পাৰে কবিতা । নগাঁৱৰ এদল কাব্যপ্ৰেমীয়ে শনিবাৰে কবিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে । নগাঁৱৰ শ্বহীদ ভৱনত সমবেত হৈ জ্যোতিপ্ৰসাদ আগৰৱালা , ভূপেন হাজৰিকা আৰু লক্ষ্মীনাথ বেজবৰুৱাক প্ৰতীকী ৰূপত উপস্থাপন কৰি ৰাজপথত কবিতা পাঠ কৰি অসম বচোৱাৰ আহ্বান জনালে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ।