গহপুৰৰ টঙনা গাৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাত উৎপল গাংগুলী নামৰ যুৱকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰথমে চলন্ত টেম্পুত খুন্দিয়াই ৰাস্তাত মটৰ চাইকেল সহ যুৱক জন বাগৰি পৰে পিছত গাৰ ওপৰেদি ট্ৰাক পাৰ হৈ যোৱাৰ ফলত থিতাতে নিহত হয় । নিহত যুৱক জনৰ ঘৰ
Category: Top News
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা শিলাদিত্যৰ দৰে নেতাক কৰায়ত্ব কৰা দাবীত এই জোঁৰ সমদল । সদৌ অসম ছাত্ৰ সন্থা আৰু ২৮ টা জাতি – জনগোষ্ঠীয় সংগঠনৰ আহ্বানত হাতে হাতে জোঁৰলৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে সমদলকাৰীয়ে উত্তাল কৰি তোলে ৰূপহীহাটৰ ৰাজপথ । জুৰীয়াৰ পৰা পদুম ভূঞা ৷
সদৌ অসম ছাএ সন্থা আৰু ২৮ জনগোষ্ঠীয় সংগঠনৰ আহবানত নাগৰিকত্ব সংশোধনী বিধেয়ক (২০১৬) বাতিলৰ দাবীত জোঁৰ সমদল”হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাই বাহিৰ কৰে
গহপুৰত আছুকে ধৰি ২৮ সংগঠনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে জোৰ সমদল বাহিৰ কৰে। গহপুৰৰ মাজমজিয়াৰে বাহিৰ কৰা এই সমদলত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে।
ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদ মেল সংবাদ মেল সম্বোধন প্ৰদেশ কংগ্ৰছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই। অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ মতে – ‘অগপ- বিজেপিয়ে গোপন বুজাবুজিৰে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে’ ‘আগন্তুক পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছৰ বাবে সুৱৰ্ণ সুযোগ’ ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ।