অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ শেনচোৱাৰ পল্লৱ জ্যোতি নাথে ৩০ সংখ্যক স্থান অধিকাৰ কৰি অসম প্ৰশাসনিক সেৱালৈ উৰ্ত্তীণ হোৱা বাতৰিয়ে শেনচোৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে অঞ্চলৰ ৰাইজক উৎফুল্লিত কৰি তুলিছে। লগতে অঞ্চলটোৰ ৰাইজে ফুলাম গামোচা আৰু ফুলৰ থোপাৰে পল্লৱজ্যোতি নাথক উষ্ম অভিনন্দন জনায়।
Category: Top News
গহপুৰৰ টঙনা গাৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাত উৎপল গাংগুলী নামৰ যুৱকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰথমে চলন্ত টেম্পুত খুন্দিয়াই ৰাস্তাত মটৰ চাইকেল সহ যুৱক জন বাগৰি পৰে পিছত গাৰ ওপৰেদি ট্ৰাক পাৰ হৈ যোৱাৰ ফলত থিতাতে নিহত হয় । নিহত যুৱক জনৰ ঘৰ
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা শিলাদিত্যৰ দৰে নেতাক কৰায়ত্ব কৰা দাবীত এই জোঁৰ সমদল । সদৌ অসম ছাত্ৰ সন্থা আৰু ২৮ টা জাতি – জনগোষ্ঠীয় সংগঠনৰ আহ্বানত হাতে হাতে জোঁৰলৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে সমদলকাৰীয়ে উত্তাল কৰি তোলে ৰূপহীহাটৰ ৰাজপথ । জুৰীয়াৰ পৰা পদুম ভূঞা ৷
সদৌ অসম ছাএ সন্থা আৰু ২৮ জনগোষ্ঠীয় সংগঠনৰ আহবানত নাগৰিকত্ব সংশোধনী বিধেয়ক (২০১৬) বাতিলৰ দাবীত জোঁৰ সমদল”হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাই বাহিৰ কৰে
গহপুৰত আছুকে ধৰি ২৮ সংগঠনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে জোৰ সমদল বাহিৰ কৰে। গহপুৰৰ মাজমজিয়াৰে বাহিৰ কৰা এই সমদলত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে।