LIVE : Okiya Sena Akhom(ঐক্য সেনা অসম) protest in Dibrugarh
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আছু সহ ৩০ জনগোষ্ঠীয় সংগঠনৰ অসম বন্ধৰ প্ৰভাব সৰ্বাত্মক ৰূপত পৰিছে ডিব্ৰুগড় জিলাতো। ঐক্য সেনা অসমে আছু সহ ৩০ জনগোষ্ঠীয় সংগঠনৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তুলিছে ডিব্ৰুগড় চহৰ। প্ৰতিবাদকাৰীক ছত্ৰভঙ্গ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ, লাঠি চাৰ্চ আৰু শূন্যলৈ গুলিচালনা ও কৰিছে। ইতিমধ্যে গুৱাহাটীৰ পৰা ঐক্য সেনা অসমৰ সভাপতিগৰাকীক আৰক্ষীয়ে আটক কৰিছে। নিউজ ডেক্স ৰিপৰ্ট, গুৱাহাটী টাইমচ ।