খাদ্য খোৱাৰ পিছত কৰক মাত্ৰ এটা আসন

খাদ্য খোৱাৰ পিছত কৰক মাত্ৰ এটা আসন

পৰিৱৰ্তনশীল জীৱনশৈলী, ভুল খাদ্যাভ্যাসৰে দ্ৰুত গতিত চলি থকা আমাৰ জীৱনটোৰ এটা অতি গুৰুতৰ স্বাস্থ্য সমস্যা হৈছে পেট ফুলা সমস্যা। সাধাৰণতে যেতিয়া খাদ্য খোৱাৰ পিছত পেটটো বেয়া লগা আৰম্ভ কৰে, তেতিয়া আমি ইয়াক পেট ফুলা সমস্যা বুলি কওঁ। পেট ফুলাৰ বাবে আমি দেহাটো অস্বস্তি লগা, ওকালি অহা যেন অনুভৱ কৰো।যাৰ ফলত

ডিঙিৰ বিষত এই উপায়েৰে সকাহ পাব পৰা যায়

ডিঙিৰ বিষত এই উপায়েৰে সকাহ পাব পৰা যায়

ফ্লু’ৱে সংক্ৰমণ বঢ়ায়৷ ইয়াৰ ফলত জ্বৰ, চৰ্দি, কাহ হয়৷ সৰুৱেই হওক বা ডাঙৰেই হওক সকলোৱে এনে সমস্যাত ভোগে৷ ঠাণ্ডা লাগিলে আকৌ বহুতৰে ডিঙি বিষাবলৈ ধৰে৷ যিসকলৰ তনছিলৰ সমস্যা আছে তেওঁলোকৰ সামান্য ঠাণ্ডা লাগিলেই ডিঙি বিষাবলৈ আৰম্ভ কৰে৷ ডিঙিৰ বিষ অতি কষ্টদায়ক৷ এই সমস্যা হ’লে খাদ্য বা পানী খোৱাৰ ক্ষেত্ৰত কষ্ট

বোকাখাতত হৃদয় বিদাৰক ঘটনা; বিধৱা মহিলাৰ মৃতদেহ সৎকাৰৰ বাবে নাহিল গাঁওবাসী!

বোকাখাতত হৃদয় বিদাৰক ঘটনা; বিধৱা মহিলাৰ মৃতদেহ সৎকাৰৰ বাবে নাহিল গাঁওবাসী!

মানৱ সমাজক লজ্জানত কৰা ঘটনা। “বিধৱা” হোৱাৰ বাবেই মৃতদেহ সৎকাৰৰ বাবে নাহিল গাঁওবাসী। ১১ঘণ্টা চোতালতেই পৰি ৰ’ল মৃতদেহ। অৱশেষত তিনি কণমানি কন্যাই দাঙি নি সৎকাৰ কৰিলে মাকৰ মৃতদেহ।

জাগুনৰ নামফাই নৈত অঘটন; ৰীলছ বনাব গৈ মৃত্যু ছাত্ৰৰ

জাগুনৰ নামফাই নৈত অঘটন; ৰীলছ বনাব গৈ মৃত্যু ছাত্ৰৰ

▶জাগুনৰ নামফাই নৈত অঘটন▶নৈৰ বুকুত ৰীলছ বনাবলৈ গৈ মৃত্যু এজন ছাত্ৰৰ▶জাগুনৰ পাটকাই জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰগৰাকীৰ নাম লিলো ভুজেল▶ঘৰ জাগুনৰ ৩নং উদাইপুৰত▶ঘটনাস্থলীত জাগুন আৰক্ষীৰ লগতে স্থানীয় ৰাইজৰ সহযোগত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ছাত্ৰজনক