‘কাৰিশ্মা নাথৰ নিচিনা আৰু এশ গৰাকী কাৰিশ্মাৰ সৃষ্টি হওঁক’ :সাংসদ দিলীপ শইকীয়া

‘কাৰিশ্মা নাথৰ নিচিনা আৰু এশ গৰাকী কাৰিশ্মাৰ সৃষ্টি হওঁক’ :সাংসদ দিলীপ শইকীয়া

‘কাৰিশ্মা নাথৰ নিচিনা আৰু এশ গৰাকী কাৰিশ্মাৰ সৃষ্টি হওঁক’ :সাংসদ দিলীপ শইকীয়া কৰিশ্মা নাথৰ নাগাৰা নাম উপভোগ কৰি অভিভূত সাংসদ দিলীপ শইকীয়া   ‘কাৰিশ্মা নাথৰ নিচিনা আৰু এশ গৰাকী কাৰিশ্মাৰ সৃষ্টি হওঁক’ :সাংসদ দিলীপ শইকীয়া ‘কাৰিশ্মা নাথৰ নিচিনা আৰু এশ গৰাকী কাৰিশ্মাৰ সৃষ্টি হওঁক’ :সাংসদ দিলীপ শইকীয়া Posted by Guwahati

চেন্নাইৰ বিমানবন্দৰৰ নতুন সংহত আগমন-প্ৰস্থান ভৱনৰ প্ৰথম পৰ্যায়ৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

চেন্নাইৰ বিমানবন্দৰৰ নতুন সংহত আগমন-প্ৰস্থান ভৱনৰ প্ৰথম পৰ্যায়ৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চেন্নাইৰ বিমানবন্দৰ নতুন সংহত আগমন-প্ৰস্থান ভৱনৰ প্ৰথম পৰ্যায়ৰ শুভ উদ্বোধন কৰে। ইতিমধ্যে এই বিমানবন্দৰটো বিৰামহীন বহুমুখী যোগাযোগ ব্যৱস্থা আৰু অগ্রিম সুবিধাৰ সৈতে দক্ষিণ ভাৰতৰ দুৱাৰমুখ হিচাপে প্রতিষ্ঠিত হৈছে। নতুন সংহত আগমন-প্রস্থান ভৱনৰ সৈতে সমগ্ৰ বিমান বন্দৰটোৱে প্ৰতিবছৰে তিনি কোটি যাত্ৰীক সামৰি লব পৰাকৈ সামৰ্থ। এই প্রকল্পটোৰ

অহা সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ অমিত শ্বাহ

অহা সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ অমিত শ্বাহ

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহ অহা সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ আহিব। ভ্ৰমণৰ প্ৰথম দিনা শ্ৰীশ্বাহে অৰুণাচলৰ আনজাও জিলাৰ কিবিথুত ভাইব্ৰেণ্ট ভিলেজ কার্যসূচী মুকলি কৰিব। তেওঁ লগতে কিবিথুত সোণালী জয়ন্তী সীমা আলোকিত কাৰ্যসূচীৰ অধীনত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা ৯ টা ক্ষুদ্র জলশক্তি প্রকল্পও মুকলি কৰিব। এই বিদ্যুৎ প্রকল্পসমূহে

প্রধানমন্ত্রী মুদ্রা যোজনাৰ ৮ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী মুদ্রা যোজনাৰ ৮ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী মুদ্রা যোজনাই আজি ৮ বছৰ সম্পূৰ্ণ কৰিলে। কৰ্পৰেট খণ্ডৰ বাহিৰৰ ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগীসকলক বিভিন্ন উদ্যমৰ বাবে ১০ লাখ টকা পর্যন্ত ঋণ প্ৰদানৰ উদ্দেশ্যে ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুদ্ৰা যোজনাৰ শুভাৰম্ভ কৰিছিল। যোজনাখনৰ অষ্টম বর্ষপূর্তি উপলক্ষে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কয় যে, যোজনাখনৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে ৪০

হেৰোৱা শক্তি ঘূৰাই আনিবৰ বাবে ডালিম খাওক

হেৰোৱা শক্তি ঘূৰাই আনিবৰ বাবে ডালিম খাওক

ডালিম ফলৰ মাজত অন্যতম সুস্বাদু আৰু উপকাৰী ফল, এই কথা সকলোৱেই জানে৷ কিন্তু এই ফল জানো সকলোৱে পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰে৷ আপুনি হয়তো যুক্তি দিব পাৰে বজাৰত ডালিমৰ যি দাম কিনিবলৈ এশবাৰ ভাবিব লাগে৷ কিন্তু আমি বহুতেই অপ্ৰয়োজনীয়ভাৱে টকা খৰচ কৰো৷ স্বাস্থ্যৰ কাৰণে অত্যন্ত উপকাৰী ডালিম কিনিবলৈ পইচা নাই বুলি