বাৰাণসীৰ পৰা ডিব্ৰুগড় অভিমুখী বিশ্বৰ সৰ্বাধিক দূৰত্বৰ প্ৰমোদতৰী এম ভি গংগাবিলাসৰ বিদেশী পৰ্যটকে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্রমণ কৰে। বিদেশী পৰ্যটকসকলে পুৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলত জীপ চাফাৰি কৰি সুন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰে৷ উল্লেখযোগ্য যে অহা ১ মাৰ্চত জাহাজখন ডিব্ৰুগড় গৈ পোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে জাহাজখনে অতিক্ৰম কৰিবলগীয়া
নাগালেণ্ডত স্থায়ী শান্তি প্রতিষ্ঠা কৰাটোৱে বিজেপি চৰকাৰৰ লক্ষ্য বুলি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নাগালেণ্ডৰ ছুমুকিডিমাত আজি এখন নির্বাচনী সমাবেশত এন ডি পি পি-বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই শ্ৰীমোদীয়ে কয় যে নাগালেণ্ডৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিয়েই হৈছে তেওঁৰ চৰকাৰৰ অন্যতম মূল মন্ত্ৰ। বিগত ৯ বছৰত নাগালেণ্ডত
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুকলি ভাষণেৰে আজি বাংগালুৰুত জি-টুৱেণ্টিৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ প্ৰথমখন বৈঠক আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত প্রতিনিধিসকলক বিশ্বৰ আটাইতকৈ দুর্বল নাগৰিকসকলক তেওঁলোকৰ আলোচনাত গুৰুত্ব দিবলৈ আহ্বান জনায়। প্রধানমন্ত্রীয়ে কয় যে, বিত্তৰ জগতখনত প্রযুক্তিয়ে ক্রমান্বয়ে প্ৰভাৱশালী ভূমিকা পালন কৰিছে। অৱশ্যে ডিটিটেল ফাইনেন্সৰ কিছু শেহতীয়া উদ্ভাৱন অস্থিৰতা আৰু
শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি ডিমা হাচাও জিলাৰ হাফলঙৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি আন্তঃগাঠনি আৰু আন সা-সুবিধাৰ বুজ লয়। বিদ্যালয় দুখনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে।
Three District Reserve Guard (DRG) security personnel, including an assistant sub inspector, were killed in an encounter with Naxals in Chhattisgarh’s insurgency-hit Sukma district on Saturday, the police said. The incident took place between Jagargunda and Kunded under Jagargunda police station limits at around 9 am on Saturday, said Bastar