আজি ১৪ নৱেম্বৰ বৃহস্পতিবাৰ কন্যা ৰাশিৰ লোকৰ বাবে ধন উপাৰ্জনৰ দিন। আজি আপুনি ধন উপাৰ্জনৰ বহু উপায় বিচাৰি পাব। আজি আপোনাৰ প্ৰেম জীৱনত ৰোমাঞ্চৰ সৃষ্টি হ’ব। কুম্ভ ৰাশিৰ লোকৰ দিনটো
ধুবুৰীৰ দুমাৰদাহত উত্তপ্ত পৰিস্থিতি। দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ক্ষোভিত ৰাইজৰ। ধুবুৰীৰ দুমাৰদাহত পুৱা প্ৰায় ৮.৩০ বজাত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু ই-ৰিক্সাৰ
বেদখলকাৰীসকল হুচিয়াৰ! চৰকাৰী মাটি দখল কৰা মানেই বিপদ অনিবাৰ্য। কিয়নো, চৰকাৰী ভূমি দখল কৰিলেই বেদখলকাৰীৰ বাসগৃহত যিকোনো মুহূৰ্তত চলিব পাৰে উচ্ছেদ অভিযান। ঠিক তেনে এক অভিযান বুধবাৰে পৰিলক্ষিত হ’ল গুৱাহাটীৰ
যোৰহাট আইন মহাবিদ্যালয়ৰ পঞ্চম ষন্মাসিকৰ এগৰাকী ছাত্ৰীয়ে জিলাখনৰ এটা ব্যক্তিগত হোষ্টেলত আত্মহত্যা কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত । দেৰগাঁও ৰজাবাহাৰৰ আইনৰ পঞ্চম ষন্মাসিকৰ ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ পূৰ্বে লিখি
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু কথা। প্ৰকৃততে মঙলবাৰে প্ৰসেনজিত বৰুৱা নামৰ লোকজনৰ ওপৰত চলা আক্ৰমণ আছিল পূৰ্বপৰিকল্পিত। পত্নীয়ে ছুপাৰি দি হত্যা চেষ্টা চলাইছিল প্ৰসেনজিতক। প্ৰসেনজিতৰ পত্নীয়ে স্বামী প্ৰাণে মৰাৰ বাবে